Breaking

Browsing Tag

ASSAM

লামডিঙত নেতাজীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন

হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙত সার্বজনিন নেতাজী জন্মজয়ন্তী কমিটিৰ উদ্যোগত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়।পুৱাৰ ভাগত নেতাজী পেৰেড গ্রুপ' ভাৰত স্কাউট গ্রুপ,হিন্দুস্থান পেৰেড গ্রুপ, লগতে বিভিন্ন স্কুলৰ
Read More...

ৰেলত ডাঙৰকৈ কথা ক’লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা

এতিয়াৰে পৰা ৰেলত ডাঙৰকৈ কথা ক'লেই যাত্ৰীয়ে ভৰিব লাগিব জৰিমনা। ভাৰতীয় ৰেলৱেই যাত্ৰীসকলৰ ৰেল যাত্ৰা অধিক আৰামদায়ক কৰি তুলিবলৈ ৰে'লৰ দবাৰ ভিতৰত উচ্চ স্বৰত সংগীত বজোৱা আৰু ফোনত ডাঙৰকৈ কথা পতা নিষিদ্ধ কৰিছে।দৰাচলতে ডাঙৰকৈ সংগীত বজালে বা ফোনত
Read More...

ক’ভিডৰ তৃতীয় ঢৌত মৃত্যু ঘটা ৬০ শতাংশ লোকেই আংশিক বা সম্পূৰ্ণৰূপে টিকাকৰণ নকৰা লোক

অতিমাৰী ক'ভিডে এতিয়া সমগ্ৰ দেশতে ত্ৰাসৰ সৃষ্টি কৰিছে। দেশত এতিয়ালৈকে বহু লোকৰ প্ৰাণ কাঢ়ি নিছে ক'ভিডে। এনে সময়তে আন এক তথ্যই বহুতকে চিন্তিত কৰি তোলা পৰিলক্ষিত হৈছে। সেয়া হৈছে একেবাৰে ভেকচিন গ্ৰহণ নকৰা অথবা আংশিক ভাবেহে ভেকচিন গ্ৰহণ কৰা।
Read More...

বাজেট ২০২২ঃ মহিলাৰ সুস্থতাৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰাটো বিচাৰে উদ্যোগীসকলে

১ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট ২০২২-২০২৩। এই বাজেটে কাৰ বাবে কেনে বতৰা কঢ়িয়াই আনিব তাকেলৈ এতিয়া বিভিন্ন মহলত চৰ্চা আৰম্ভ হৈ গৈছে। ইয়াৰ মাজতে দেশৰ একাংশ আগশাৰীৰ উদ্যোগীয়ে এইবাৰৰ বাজেটত মহিলাসকলৰ
Read More...

সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনঃ অমিত শ্বাহ

চলিত সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিস্থিতি স্বাভাৱিক হোৱাৰ পিছত ৰাজ্যৰ মৰ্যাদা পুনৰ ঘূৰাই দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে
Read More...

দেশৰ বিভিন্ন জিলা দণ্ডাধীশসকলৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

কোভিড পৰিস্থিতিয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শণিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ জিলা দণ্ডাধীশসকলৰ সৈতে চৰকাৰী আঁচনিৰ ৰূপায়ণ সন্দৰ্ভত বাৰ্তালাপ কৰে। জিলা দণ্ডাধীশসকলৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মোদীয়ে সু-শাসনৰ বাবে
Read More...

গণৰাজ্য দিৱসৰ পেৰেডত উজলিব ১২ ৰাজ্যৰ ২১ প্ৰতীকপট

নতুন দিল্লীৰ ৰাজপথত চলিত বৰ্ষৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১২ খন ৰাজ্যৰ মুঠ ২১ খন প্ৰতীকপট থাকিব। বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নটা মন্ত্ৰালয়ে প্ৰদৰ্শন কৰিব এই প্ৰতীকপটসমূহ। প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া নাম্পিবৌ
Read More...

নিজৰ বিয়া বাতিল কৰিলে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে

অ’মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডেনে বাতিল কৰিলে নিজৰ বিয়া। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ৪১ বছৰীয়া জেচিণ্ডা আৰ্ডেনে দেওবাৰে অৰ্থাৎ ২৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা আছিল। কোভিড প্ৰটকল
Read More...

গণতন্ত্ৰ দিৱস উদযাপনৰ হেতু ৰাজ্যত নতুন এছঅ’পি

অসম চৰকাৰে শেহতীয়াকৈ ২৬ জানুৱাৰীত ৰাজ্যখনত ৭৩সংখ্যক গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে নতুন এছ অ’ পি জাৰি কৰিছে।ৰাজ্য চৰকাৰৰ নতুন এছ অ’ পি অনুসৰি, গণৰাজ্য দিৱসৰ বাবে আয়োজিত যিকোনো অনুষ্ঠানত নিম্নতমসংখ্যক লোক উপস্থিত থাকি সমগ্ৰ ৰাজ্যতে
Read More...

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ,তামুলপুৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, তামুলপুৰ খণ্ডৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা খন শণিবাৰে ৰামেচুবুৰী হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ শণিবাৰে পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ গছপুলি ৰোপণ কৰে
Read More...