Tag: ASSAM

Browse our exclusive articles!

Guwahati Press Club। গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক , কলা বেজ পৰিধান…

Guwahati Press Club।গুৱাহাটী প্ৰেছ ক্লাবত প্ৰতিবাদত বহিল সাংবাদিক । সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী। সাংবাদিকৰ সুৰক্ষাৰ বাবে আইন অনাৰ দাবী প্ৰতিবাদী সাংবাদিকৰ । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ 'ৰাজভৱন চলো' কাৰ্যসূচীৰ মাজতে কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদন ।

Picnic Spot । প্ৰত্যেক বনভোজৰ দ’লে বনভোজ স্থলিত এটি গছপুলি ৰুপন কৰক

Picnic Spot। ধৰণীক সেউজীয়া কৰি ৰাখিলেহে প্ৰকৃতিয়ে আমাক উপভোগ্য সময় উপহাৰ দিব । প্ৰকৃতিৰ সেউজীয়াই পাহাৰৰ কাষলৈ ,নীলা বহল আকাশৰ তলত ,নদীৰ কাষৰ বালীত ,মনোমোহা জুৰিটিৰ কাষলৈ আমাক শীতৰ এই সুন্দৰ সময়তে হাত বাউলি মাতে।সকলো দুখ-ভাগৰ পাহৰি আমি মনে মিলা বন্ধু বৰ্গৰ লগত এসাঁজ খাবলৈ বিচাৰো।সকলোৱেই নিজৰ কামত ব্যস্ত থাকে,কিন্তু ব্যস্ততাৰ মাজতো আমি এটা দিন নিজক লৈ উদযাপন কৰো। জীৱনৰ একঘেয়ামিতাত আমি আমনি পাওঁ সঁচা । হিয়াৰ উষ্মতাৰে নিজক পাহৰি উমলিবলৈ এটি দিনেই যথেষ্ট ।

BJP। ভাৰতীয় জনতা পাৰ্টীৰ লাহোৱাল মণ্ডলৰ সভাপতি পদত নিযুক্তি লাভ কুমুদ দত্তৰ

BJP । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে ভাৰতীয় জনতা পাৰ্টীয়ে জিলাই জিলাই অনুষ্ঠিত কৰি অহা মণ্ডল সভাপতিৰ নিযুক্তি সংগঠন পৰ্বৰ সমান্তৰালকৈ অলপতে বিজেপি দলৰ ৰাজ্যিক উপসভাপতি জয়ন্ত দাসৰ উপস্থিতিত ডিব্ৰুগড় জিলাৰ ১৮টা মণ্ডল সভাপতিৰ পদত দলটোত দীৰ্ঘদিনৰ পৰা সক্ৰিয়তাৰে সেৱা আগবঢ়াই ১৮ গৰাকীকৈ বিজেপি দলৰ কৰ্মকৰ্তাক নিযুক্তি প্ৰদান কৰা হয় ।

Bhutan and Assam।অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্ক অধিক সুদৃঢ়কৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

Bhutan and Assam। ৰয়েল ভূটান চৰকাৰৰ আমন্ত্রণমর্মে চাৰিদিনীয়া ভ্রমণসূচীৰে সম্প্রতি ভূটান ভ্রমণৰত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে ভ্ৰমণৰ দ্বিতীয়টো দিনত ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম-ভূটানৰ মাজত থকা ঐতিহ্যপূর্ণ সম্পর্কক অধিক সুদৃঢ়কৰণৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় ।

Advantage Assam 2.0:এডভাণ্টেজ অসম ২.০ৰ সন্দৰ্ভত ভূটানৰ থিম্ফুত ব্যৱসায়িক সন্মিলন আৰু ৰোড শ্ব’’ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আসাম(Advantage Assam 2.0) ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ চামিট-২০২৫ ৰ লগত সংগতি ৰাখি আজি সন্ধিয়া ভূটানৰ ৰাজধানী থিম্ফুৰ লা মেৰিডিয়ান হোটেলত আয়োজন কৰা এক ব্যৱসায়িক সন্মিলনত(Business Conference and Road Show) ভূটানৰ প্ৰধানমন্ত্ৰী দশো শ্বেৰিং টবগেৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশ গ্ৰহণ কৰে।

Popular

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে?

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে? মদ্যপান, টোপনিৰ অভাৱ আৰু মানসিক চাপৰ ফলত মুখৰ অকাল বাৰ্ধক্য হয়।

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান। বাংলাদেশৰ ৰাজনীতিত খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি। কাৰ্বি আংলঙৰ আয়ুক্তৰ দায়িত্ব IAS আৰণ্যক শইকীয়াক

Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

Subscribe

spot_imgspot_img