Tag: ASSAM

Browse our exclusive articles!

Bogdoi। মানুহৰ হাতে খন্দা অসমৰ একমাত্ৰ নদী মানুহৰ হাততেই ধ্বংস ক্ষণ গনিছে

Bogdoi। মানুহৰ নিজ হাতে খন্দা অসমৰ একমাত্ৰ নদী হল ভোগদৈ,আৰু এই ভোগদৈ নদী যোৰহাটবাসী স্বাভিমান আৰু ভোগদৈ নদী সন্মুখত লৈয়ে যোৰহাট বাসীয়ে নিজৰ জীৱন ধাৰণ প্ৰণালী আৰম্ভ কৰা লগতে ভোগদৈ লৈ তেওঁ লোকৰ বহু সপোন নিৰ্হিত হৈ থাকে।কিন্তু স্বাভিমান নদীখন এতিয়া মৃত্যুৰ দুৱাৰদলিত।কাৰণ মানৱ জাতিয়ে আজি ভোগদৈ নদীত জাৱৰ জোথৰ মল মুত্ৰ পেলাই নদীখন অপৰিস্কাৰ কৰি পেলোৱা লগতে ইয়াৰ বক্ষ বাম কৰি পেলাইছে, ফলত ক্ষণে ক্ষণে মৃত্যু পিনে ধাৱমান হোৱা ভোগদৈক ৰক্ষা কৰিবলৈ ওলাই আহিল এদল যুৱবাহিনী।

বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ! বন্ধ ঘোষণা কৰা হৈছে স্কুল-কলেজ । Delhi Air Pollution

Delhi Air Pollution। অতি ভয়াৱহভাৱে দিল্লীত বৃদ্ধি বায়ু প্ৰদূষণৰ মাত্ৰা। দিল্লীৰ আকাশ ছানি ধৰিছে প্ৰদূষণে।বায়ুৰ গুণাগুণৰ অভাৱৰ বাবে শ্বাস-প্ৰশ্বাসজনিত ৰোগ বৃদ্ধি দিল্লীত। যাক লৈ এতিয়া শংকিত হৈ পৰিছে দিল্লীৰ জনতা।

Kakopathar College। অকৰ্তৃত্বশীলভাৱে ভাৰতীয় সেনাৰ দখলত মহাবিদ্যালয়ৰ ভূমি ! মহাবিদ্যায়ৰ ভূমিত স্থায়ী টাৱাৰ নিৰ্মাণৰ যো-জা সেনা বাহিনীৰ

Kakopathar College। অকৰ্তৃত্বশীলভাৱে ভাৰতীয় সেনাৰ দখলত মহাবিদ্যালয়ৰ ভূমি ! মহাবিদ্যায়ৰ ভূমিত স্থায়ী টাৱাৰ নিৰ্মাণৰ যো-জা সেনা বাহিনীৰ

Morigaon । ৰাজ্য চৰকাৰে মৰিগাৱঁত প্ৰদান কৰিলে আনন্দৰাম বঁটা আৰু বানীকান্ত কাকতি বঁটা

Morigaon । মৰিগাওঁ তৰুণৰাম ফুকন খেলপথাৰত অনুস্থিত হোৱা অনুষ্ঠানত জিলাখনৰ ১২১২৮ গৰাকী ছাত্ৰ ছাত্ৰীক চাইকেল বিতৰণ কৰা লগতে ১০৮৬ গৰাকী ছাত্ৰ ছাত্ৰীক বানীকান্ত কাকতি মেধা বঁটা হিচাপে স্কুটি প্ৰদান কৰাৰ উপৰিও ৬২২ গৰাকীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে৷

NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

NALBARI। নলবাৰীৰ কটাহকুছিত বন্য হস্তীক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

Popular

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে?

Irritable: কোনটো ভিটামিনৰ অভাৱে মানুহক খিংখিঙীয়া কৰি তোলে? মদ্যপান, টোপনিৰ অভাৱ আৰু মানসিক চাপৰ ফলত মুখৰ অকাল বাৰ্ধক্য হয়।

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান

Tariq Rahman: ১৭ বছৰ নিৰ্বাসনৰ অন্তত বাংলাদেশত উপস্থিত তাৰিক ৰহমান। বাংলাদেশৰ ৰাজনীতিত খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি

District Commissioner: ৰাজ্যৰ প্ৰশাসনত ৰদ-বদলঃ ১৪জনকৈ জিলা আয়ুক্তক বদলি। কাৰ্বি আংলঙৰ আয়ুক্তৰ দায়িত্ব IAS আৰণ্যক শইকীয়াক

Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

Tezpur News: উৎকোচ লৈ গ্ৰেপ্তাৰ জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া পাৰ্থ প্ৰতিম শৰ্মা

Subscribe

spot_imgspot_img