Tag: ASSAM

Browse our exclusive articles!

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত অভূতপূৰ্ব সমাৱেশ

Assam Book Fair । একাদশ দিনাও পুথিপ্ৰেমীৰে ঠাহ খাই পৰে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাত ৷

Pabitra Margherita। ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ স্থলিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰবিত্ৰ মাৰঘেৰীটা

Pabitra Margherita। ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ অধিবেশনৰ স্থলিত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী প্ৰবিত্ৰ মাৰঘেৰীটা

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ...

Assam Book Fair । অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ । ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ

Journalist । ১২০ কোটিৰ “দুৰ্নীতি” ফাদিল! ঠিকাদাৰৰ ঘৰৰ টেংকিত উদ্ধাৰ বাতৰি সংগ্ৰহকাৰী সাংবাদিকৰ মৃতদেহ

Journalist । দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰাই কাল হ'ল এজন যুৱ সাংবাদিকৰ বাবে। ১২০ কোটিৰ "দুৰ্নীতি" ফাদিল কৰাৰ পাছতেই উদ্ধাৰ হ'ল বাতৰি প্ৰকাশ কৰা সাংবাদিকৰ নিথৰ দেহ। ঘটনা ছত্তিছগড়ৰ। মুকেশ চন্দ্ৰকাৰ (২৮) নাম সাংবাদিকজনে কোটিটকীয়া পথ প্ৰকল্পৰ দুৰ্নীতিৰ বিষয়ে কেইবাটাও বাতৰি প্ৰকাশ কৰিছিল। এই প্ৰকল্পত দুৰ্নীতি কেনেকৈ হৈছে, দুৰ্নীতিৰ মুৰব্বী কোন আদিকে ধৰি ইটোৰ পিছত সিটো তথ্য জনসাধাৰণৰ মাজলৈ লৈ আনিছিল সাংবাদিক মুকেশে। এই দুৰ্নীতিৰ তালিকাত নাম সাঙোৰ খাইছিল ঠিকাদাৰ সুৰেশ চন্দ্ৰশেখৰৰ।

Shivanand-Kakati । “কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে”- শিৱানন্দ কাকতি

Shivanand-Kakati । "কিতাপে শিশুৰ মনৰ দুৱাৰ-খিৰিকীবোৰ খুলি দিয়ে"- শিৱানন্দ কাকতি

Popular

যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ’ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত । Gaurav Gogoi

যোৰহাটত ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব গৌৰৱ গগৈৰ ভাগ্য । কোন হ'ব বিজেপিৰ প্ৰাৰ্থী ? সৰৱ আলোচনা সমষ্টিত

উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ ।Jorhat

উদ্বোধন হ’ব যোৰহাটবাসীৰ বহু আকাংক্ষিত এ টি ৰোডৰ উৰণীয়া সেতু , প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে নামাকৰণৰ আহ্বান ৰাইজৰ

গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?gaurav gogoi

গৌৰৱ গগৈয়ে ৰঙৰ উৎসৱ হোলী পালন নকৰা বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ! ৰঙৰ উৎসৱত কিয় দেখা নগ’ল গৌৰৱ গগৈক?

অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল’ব পৰা নাই কংগ্ৰেছে

অসমৰ বাস্তৱিক উন্নয়নক ‘AI’ বুলি কংগ্ৰেছৰ ভুৱা প্ৰচাৰ , অসমৰ প্ৰকৃত উন্নয়নক বিশ্বাসত ল'ব পৰা নাই কংগ্ৰেছে

Subscribe

spot_imgspot_img