Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
ASSAM
Search
Browse our exclusive articles!
Sivasagar । শিৱসাগৰ জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি !
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
চৰকাৰী জাননী নং ই ফাইল নং ৩৭৪৪৬৫/ ২৮৭৯২১০/ ২০২৪/পশুধন শাখা, তাৰিখ গুৱাহাটী ১৯ নৱেম্বৰ, ২০২৪ আৰু শিৱসাগৰ (Sivasagar) জিলা পশু চিকিৎসা বিষয়াৰ কাৰ্য্যালয় পৰা লাভ কৰা পত্ৰ নং.ডিভিএছ/এএছএফ/২০২৪-২৫/৬৯০ তাৰিখ ১৯ নৱেম্বৰ/২০২৪ অনুসৰি ডিমৌ ৰাজহ চক্ৰৰ অধীনত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত একাৰাণী গ্ৰান্ট(Ekarani Grant) আৰু বৰ দেওধাই জাপিছাজিয়া (বটকা পুৰাণী পাম)গাঁওখন দুখনক আফ্ৰিকান ছোৱাইন ফিভাৰ ডিজিজ"ৰ "এপিচেণ্টাৰ- উৎপত্তিৰ স্থল" হিচাপে ঘোষণা কৰা হৈছে।
যিকোনো ফল কেতিয়া আৰু কোন সময়ত খাব লাগে
Featured
দৈনন্দিন বাৰ্তা
-
November 21, 2024
প্ৰবাদ আছে যে খালী পেটত পানী খাওক আৰু ভৰ পেটত ফল...। বিশেষজ্ঞসকলে কয় যে খালী পেটত পানী খোৱাটো অতি স্বাস্থ্যকৰ, কিন্তু ভৰপূৰ পেটত ফল-মূল...
DOG । চামগুৰিত জীৱশ্ৰেষ্ঠ মানুহৰ কুকৰ্ম
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
(Nagaon ) নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম মিকিৰহাট হাতীৰ গাঁৱত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ বলি হ’ল এজনী প্ৰভূভক্ত মাইকী কুকুৰ (DOG) ৷ পাঁচটাকৈ সদ্যোজাত পোৱালিক মাতৃহীনা কৰি স্থানীয় দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ যুৱকজনে মৰিয়াই মৰিয়াই নৃশংসভাৱে মাইকী কুকুৰজনীক হত্যা কৰাৰ বাবে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হৈছে এক প্ৰতিবাদমুখৰ পৰিস্থিতি ৷
Atul Bora । নতুন প্ৰজন্মৰ বাবে অগপৰ সকলো দুৱাৰ খিৰিকী খোলা আছে:মন্ত্ৰী অতুল বৰা
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
November 21, 2024
Atul Bora। যোৰহাট জিলা ছাত্ৰ পৰিষদ আৰু গোলাঘাট জিলা ছাত্র পৰিষদৰ উদ্যোগত যোৰহাটৰ অগপ জিলা কাৰ্যালয় বাকৰিত অসম ছাত্ৰ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰা হয়।ৰাজ্য বিভিন্ন প্ৰান্তত সিচৰিত হৈ থকা সকলো ছাত্র কৰ্মীয়ে উক্ত প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰে।উক্ত প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি পশুপালন মন্ত্ৰী অতুল বৰাই (Atul Bora) কয় যে ....
UKRAIN: ইউক্ৰেইনত প্ৰথমটো আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ ৰাছিয়াৰ
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
দৈনন্দিন বাৰ্তা
-
November 21, 2024
বৃহস্পতিবাৰে ৰাছিয়াই প্ৰথমবাৰৰ বাবে ইউক্ৰেইনত আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল নিক্ষেপ কৰে। ইউক্ৰেইনৰ বায়ুসেনাই এক বিবৃতিত কয় যে ৰাছিয়াই পুৱা ড্নিপ্ৰ’ চহৰৰ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি লক্ষ্য কৰি বিভিন্ন...
1
...
125
126
127
...
2,839
Page 126 of 2,839
Popular
Kamrup: কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকাত মুঠ ভোটাৰ ১০,৭৫,৫৭৬
দৈনন্দিন বাৰ্তা
-
December 27, 2025
Lucky moles: মহিলাৰ শৰীৰত থকা এটা তিলে স্বামীক ধনী কৰি তোলে !
মুখ্য-পৃষ্ঠা
December 27, 2025
Lucky moles: মহিলাৰ শৰীৰত থকা এটা তিলে স্বামীক ধনী কৰি তোলে !নাৰীৰ শৰীৰত থকা সেই শুভ তিলবোৰৰ বিষয়ে জানো আহক যিবোৰে স্বামীৰ বাবেও শুভ।
Himanta Biswa Sarma: ১৫ ফেব্ৰুৱাৰীৰ আগতে মিত্ৰতা আৰু আসন বুজাবুজিৰ কোনো চূড়ান্ত সিদ্ধান্ত নহ’ব : মুখ্যমন্ত্ৰী
মুখ্য-পৃষ্ঠা
December 27, 2025
Himanta Biswa Sarma: ১৫ ফেব্ৰুৱাৰীৰ আগতে মিত্ৰতা আৰু আসন বুজাবুজিৰ কোনো চূড়ান্ত সিদ্ধান্ত নহ’ব : মুখ্যমন্ত্ৰী
Himanta Biswa Sarma: শংকৰ-আজান নাছিল, শংকৰ আৰু মাধৱ আছিলঃ মুখ্যমন্ত্ৰী
মুখ্য-পৃষ্ঠা
December 27, 2025
Himanta Biswa Sarma: শংকৰ-আজান নাছিল, শংকৰ আৰু মাধৱ আছিলঃ মুখ্যমন্ত্ৰী 'আজান ফকিৰ-বাঘ হাজৰিকা অসমৰ মানুহ নহয়'।
Sadagar deori: ভুৱা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ আতংকঃ আইনৰ ভয় দেখুৱাই যোৰহাটৰ জ্যেষ্ঠ চিকিৎসকৰ ৪৯ লাখ টকা লুণ্ঠন
মুখ্য-পৃষ্ঠা
December 27, 2025
sadagar deori: ভুৱা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ আতংকঃ আইনৰ ভয় দেখুৱাই যোৰহাটৰ জ্যেষ্ঠ চিকিৎসকৰ ৪৯ লাখ টকা লুণ্ঠন
Subscribe
I want in
I've read and accept the
Privacy Policy
.