Tag: ASSAM

Browse our exclusive articles!

Mission Basundhara 3.0 :মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কোচ ৰাজবংশী জাতীয় পৰিষদৰ

শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা ৩.০ জৰিয়তে ভূমিপট্টা আৰু ভূমি মালিকীস্বত্ব প্ৰদানৰ ক্ষেত্ৰত অনুসূচিত জনজাতি, অনুসূচিত জাতি, নেপালী (গোৰ্খা), চাহ জনগোষ্ঠী, প্ৰাক্তন চাহ জনগোষ্ঠী আৰু আদিবাসী সকলে তিনিটা প্ৰজন্ম ধৰি বসবাস কৰা প্ৰমাণিকৰণ নথি প্ৰদান কৰিব নলগাৰ বিপৰীতে আন আন জনগোষ্ঠী সমূহে তিনিটা প্ৰজন্মৰ প্ৰমাণিক নথি দিলেহে ভূমি মালিকীস্বত্ব লাভ কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰাৰ অসম চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক তথা আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে। (Mission Basundhara 3.0 ) Basundhara

BTR Pramod Boro: বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ফকিৰাগ্ৰাম মডেল হস্পিটেল উদ্বোধন

বিটিআৰ চিইএম প্ৰমোদ বড়োৱে আজি মেনাৰতালত ফকিৰাগ্ৰাম মডেল চিকিৎসালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে, এই চিকিৎসালয় খনে অঞ্চলটোৰ চিকিৎসা ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব। বড়োলেণ্ড টেৰিটৰিয়েল অঞ্চলৰ সকলো নাগৰিকৰ বাবে সহজ, সুলভ, উচ্চ মানদণ্ডৰ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ বাবে । (BTR Pramod Boro)

Canada Policy: কানাডা হ’ব পাৰে পৰৱৰ্তী… দ্ৰুতগতিত হেৰুৱাইছে ভোটাৰৰ সমৰ্থন

সকলোৱে জানে যে পাকিস্তানে আল কায়দা আৰু লস্কাৰ-ই-টয়বাৰ দৰে সন্ত্ৰাসবাদী গোটক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ সমৰ্থন আৰু লালন-পালন কৰিছিল, সেই কথা সকলোৱে জানে(Justin Trudeau's Canada Policy)। তেওঁলোকৰ প্ৰতি পাকিস্তানৰ ইমানেই মৰম আছিল যে এই সন্ত্ৰাসবাদী সংগঠনবোৰৰ বাবে ধন আগবঢ়োৱাই নহয়, নিজৰ মাটিক তেওঁলোকৰ বাবে নিৰাপদ আশ্ৰয়স্থললৈ ৰূপান্তৰিত কৰিছিলJustin Trudeau's Canada Policy

India and Bangladesh extradition treaty: হাছিনাৰে গাখীৰ-মিঠৈ সম্পৰ্ক থকাৰ পিছতো বাংলাদেশৰ সৈতে ভাৰতৰ নহ’ল বিদেশী নাগৰিক প্ৰত্যৰ্পনৰ কোনো চুক্তি

কোনো এজন আছু নেতাৰেই মুখত শুনা নগল অসম চুক্তি স্বাক্ষৰ হোৱাৰ প্ৰায় ৪০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো অসমক বিদেশী মুক্ত কৰিব নোৱাৰাৰ কথা৷ (India and Bangladesh extradition treaty)

Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত টিকিক নেপাই শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰা অমিয় কান্তি দাসে ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।(Dholai)

Popular

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।Zubeen Garg 

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক। বটদ্ৰৱা থানত মহাপুৰুষ শংকৰ দেৱজীৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে৷

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু...

Subscribe

spot_imgspot_img