Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Home
উত্তৰ-পূৰ্বাঞ্চল
অসম
ই-পেপাৰ
দৈনন্দিন বাৰ্তা
Assam Rising
ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
ক্রীড়া-জগত
স্বাস্থ্য বাৰ্তা
APPLY CARD
Apply For Member Card
ফটো
বিনোদন
Tag:
ASSAM
Search
Browse our exclusive articles!
BYE ELECTION । উপ-নিৰ্বাচনক লৈ কেন্দৰে সাজু বিৰোধী ঐক্য
ৰাজনীতি
দৈনন্দিন বাৰ্তা
-
October 19, 2024
উপ-নিৰ্বাচনৰ বাবে ৫টা সমষ্টিৰ চাৰিটাতে ঐক্যমত্যত উপনীত হৈছে বিৰোধীৰ সকলো দল । অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, “ বিহালীৰ বাবে প্ৰাৰ্থী ঠিক কৰিবলৈ পাঁচজনীয়া কমিটী গঠন কৰি দিয়া হৈছে ৷ ( BYE ELECTION )
Kaziranga National Park: মুকলিৰ দুসপ্তাহতে কাজিৰঙাত অভিলেখ সংখ্যক পৰ্যটক, ২৪ লক্ষাধিক টকা ৰাজহ সংগ্ৰহ
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 19, 2024
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলিৰ মাত্ৰ দুসপ্তাহতে ১১ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত বনবিভাগে ৰাজহ হিচাপে সংগ্ৰহ কৰিছে ২৪ লক্ষাধিক টকা৷(Kaziranga National Park)
Phulaguri Uprising। ব্ৰিটিছৰ বিৰুদ্ধে কৃষক বিদ্ৰোহ “ফুলগুৰি ধেৱা”
অসম
দৈনন্দিন বাৰ্তা
-
October 18, 2024
১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পৰৱৰ্তী সময়ত নগাঁৱৰ ফুলগুৰিত ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে কৃষক ৰাইজ গৰজি উঠিছিল। এই কৃষক বিদ্ৰোহকে "ফুলগুৰি ধেৱা" বুলি জনাজাত। এই সন্দৰ্ভত "ফুলগুৰি ধেৱা" গ্ৰন্থৰ আগ কথাত বেনুধৰ কলিতাই উল্লেখ কৰিছে যে "অন্যায়ৰ গৰ্ভৰ পৰাই বিপ্লৱৰ জন্ম। সেইবাবেই দেশৰ প্ৰতিটো বিপ্লৱেই জাতীয় জীৱনৰ একোগছি বন্তি স্বৰূপ। ফুলগুৰিৰ ধেৱা বা ফুলগুৰি বিদ্ৰোহো ব্ৰিটিছ চৰকাৰৰ অবৰ্ণনীয় নিষ্পেষণ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰেই কৰ কাটলৰ হেঁচা ৰাইজে কেকোঁ-জেকোঁকৈ ব'ব নোৱাৰি সেইবোৰৰ বিৰুদ্ধে কৰা স্বত:স্ফূত আন্দোলন। ইংৰাজ আৰু চিপাহী বিলাকে বিদ্ৰোহক "ধাৱা " বুলিছিল। (Phulaguri Uprising)
Mising: গোগামুখত মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস
অসম
দৈনন্দিন বাৰ্তা
-
October 17, 2024
মিচিং জনজাতিসকলৰ একমাত্ৰ জাতীয় সাংস্কৃতিক সংগঠন মিচিং দৃৰবৃ কৗবাঙৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস গোগামুখত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ ধেমাজি জিলাৰ গোগামুখস্থিত আবতানি লত্তাত অনুষ্ঠিত হ’বলগা উক্ত প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ৷ (Mising)
NRC Base Year : উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান’৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
মুখ্য-পৃষ্ঠা
দৈনন্দিন বাৰ্তা
-
October 17, 2024
বিদেশী নাগৰিকৰ চিনাক্তকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় । ১৯৫১ নহয়, ১৯৭১ চনৰ ২৫ মাৰ্চ হ'ব বিদেশী নাগৰিক চিনাক্তকৰণৰ ভিত্তিবৰ্ষ । উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায় । '৫১ নহয়, ১৯৭১ চন বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ; উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় ।(NRC Base Year)
1
...
140
141
142
...
2,839
Page 141 of 2,839
Popular
হিন্দু পৰিয়ালক কমেও দুটা সন্তান জন্ম দিবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান ।
দৈনন্দিন বাৰ্তা
-
December 30, 2025
চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।Zubeen Garg
অপৰাধ
December 30, 2025
চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।
Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি
মুখ্য-পৃষ্ঠা
December 30, 2025
Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷
Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক
মুখ্য-পৃষ্ঠা
December 30, 2025
Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক। বটদ্ৰৱা থানত মহাপুৰুষ শংকৰ দেৱজীৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে৷
Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…
মুখ্য-পৃষ্ঠা
December 30, 2025
Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু...
Subscribe
I want in
I've read and accept the
Privacy Policy
.