Tag: ASSAM

Browse our exclusive articles!

Kamrup। Maa Kamakhya। শক্তিবাদ: কামৰূপৰ ঘৰে ঘৰে

 Kamrup। Maa Kamakhya। মানুহে ঈশ্বৰক কল্পনা কৰিয়েই ক্ষান্ত থকা নাই।ঈশ্বৰ নাৰী নে পুৰুষ সেই বিতৰ্কটো মানুহে ভাগ লৈছে।ঈশ্বৰৰ অস্তিত্বৰ প্ৰশ্নত নাস্তিক সকলে ঈশ্বৰক বিশ্বাস কৰা সকলক মানসিক ভাৱে দুৰ্বল বুলি অভিহিত কৰিছে।কিন্তু তাৰ বিপৰীতে বিশ্বাস আৰু বিজ্ঞানক ভেজা দি বিভিন্ন ধৰ্মৰ লোকে তত্বৰ আধাৰত বিভিন্ন ধৰণে ঈশ্বৰক বিচাৰি পাবলৈ চেষ্টা কৰিছে। ( Kamakhya Devi Temple) Prabodh Chandra Mishra

Durga Puja। শাৰদীয় দুৰ্গোৎসৱ

Durga Puja । ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত পালন কৰা উৎসৱৰ ভিতৰত দুৰ্গাপূজা অন্যতম। এই পূজা শৰৎকালত অনুষ্ঠিত হয় বাবে ইয়াক শাৰদীয় পূজা বোলে। শাৰদীয় উৎসৱ। প্ৰকৃতিক ভালপোৱা সকলো মানুহে শৰতৰ ৰূপ বন্দনা কৰি আহিছে।বাৰিষাৰ আকাশৰ কলীয়া ডাৱৰবোৰ আঁঁতৰি গৈ আকাশ হৈ পৰে নীলা আৰু ৰ্নিমল। বাৰিষাৰ বোকা পানী শুকাই পৃথিৱী হৈ পৰে সুন্দৰ। সুন্দৰ পৃথিৱীক সজাই তোলে শেৱালি পদুম ভেটগছ আদিয়ে। বৰ্ষাত মৰহি যোৱা দূবৰিবন পুনৰ সেউজীয়া আৰু সজীৱ হৈ উঠে। নিয়ৰৰ টোপাল পৰি শুভ্ৰ পোহৰত মুকুতা জিলিকাদি জিলিকে। পৃথিৱীৰ এই ৰূপৰ লগতে মানুহৰ মনো হৈ পৰে মুকলি।

Bike Rider:বাইক আৰোহীক ললিপপ প্ৰদান কৰিব কিয় !

(Bike Rider) হেলমেট পৰিধান নকৰি বাইক চলাই দুৰ্ঘটনাত পতিত হ'লে আৰু শৰীৰত আঘাট পালে, চিকিৎসকে চিকিৎসাৰ জৰিয়তে সকলো ঠিক কৰিব পাৰে ৷ কিন্তু হেলমেট পৰিধান নকৰাৰ ফলত মূৰত গুৰুতৰ আঘাট পালে তাৰ কোনো চিকিৎসা নাই ৷ এই মন্তব্য বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিতোপন চুতীয়াৰ ৷ বোকাখাত আৰক্ষী থানাৰ সন্মুখত ফেচেংবৰ হেৰিটেজৰ হেলমেট পৰিধান নকৰি বাইক চলোৱা লোকক হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱা অনুষ্ঠানত এই মন্তব্য কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

New Assamese film: নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

(New Assamese film)এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আজি গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত 'জিল ক্ৰিয়েশ্যনছ'ৰ বেনাৰত ৯০বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদ্‌যাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা 'ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা'ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ ভাইমন দা-এ ট্ৰিবিউট টু আছামিছ চিনেমা (Bhaimon Da -A tribute to Assmese cinema)ৰ কাহিনী,চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ৷চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা,চিনেমাখনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ৷

Northeast Declared Heart And Soul Of Bharat: উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ হৃদয় আৰু আত্মাঃ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ

অসমীয়া এতিয়া ধ্ৰুপদী ভাষা, ই আমাৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰদৰ্শন। ভুল তথ্য আৰু প্ৰতিক্ৰিয়াশীলতাই জাতিৰ প্ৰভূত ক্ষতি কৰে, সকিয়ালে উপ-ৰাষ্ট্ৰপতিয়ে। আনহাতে সম্পাদকীয় পৃষ্ঠাই গণতন্ত্ৰৰ চকীদাৰ হিচাপে কাম কৰিব লাগিব বুলি কয় উপ-ৰাষ্ট্ৰপতি ধনখৰে।(Northeast Declared Heart And Soul Of Bharat)

Popular

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।Zubeen Garg 

চাৰ্জশ্বীট পঢ়ি বিস্ফোৰক মন্তব্য জুবিন-পত্নী গৰিমা শইকীয়া গাৰ্গৰ ।

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি

Assam News: ২০২৫ বৰ্ষত অসমে হেৰুওৱা কেইগৰাকীমান বিশিষ্ট ব্যক্তি। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰাৰ বাবে জুবিন গাৰ্গ গৈছিল ছিংগাপুৰলৈ৷

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক

Infiltrators: অনুপ্ৰৱেশকাৰীক ৰুধিবলৈ পাঁচ বছৰ দিয়ক। বটদ্ৰৱা থানত মহাপুৰুষ শংকৰ দেৱজীৰ ‘আবিৰ্ভাৱ ক্ষেত্ৰ’ও সৃষ্টি কৰা হৈছে৷

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু…

Nagaon News: প্ৰচণ্ড শীতৰ মাজতে নগাঁৱৰ জামুগুৰি অগ্ৰণী শিক্ষানুষ্ঠান গুড গাইডেন্স একাডেমীৰ প্ৰাংগণত ৰঙীন সাজ পোছকত কণ কণ শিশু...

Subscribe

spot_imgspot_img