Tag: ASSAM

Browse our exclusive articles!

North Guwahati Girls High School: উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসমৰ নাগৰিক সভা, স্বদেশ আৰু স্বজাতিৰ প্ৰতি জাতিটোৰ দায়বদ্ধতা কমি আহিছে-হিতেশ ডেকা

শনিবাৰে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত দৈনিক অসম কাকতৰ উদ্যোগত অনুষ্ঠিত বৰ্তমান সময়ত "বাতৰি কাকতৰ সংকটঃ সমাজৰ দায়িত্ব" বিষয়ক নাগৰিক সভাত আদৰণি ভাষণত এইদৰে উল্লেখ কৰে কাকত খনৰ সম্পাদক হিতেশ ডেকাই।(North Guwahati Girls High School)

Cotton University: কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন

( Cotton University) কটন বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত তৃতীয় বাৰ্ষিক ভাৰত-জাপান শিক্ষা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানটো ভাৰত-জাপান ব্যৱসায়িক পৰিষদ আৰু কটন বিশ্ববিদ্যালয়ৰ দক্ষতা বিকাশ কেন্দ্ৰৰ উদ্যোগ আৰু বিবেকানন্দ কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত হয়। এই সন্মিলনখনৰ উদ্দেশ্য আছিল দুয়োখন ৰাষ্ট্ৰৰ মাজৰ শৈক্ষিক সম্বন্ধ সুদৃঢ় কৰা। অনুষ্ঠানটোত বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ বহুতো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। (3rd Annual India-Japan Education Conference)

Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত

Janata Bhawan:ভৱনস্থিত কাৰ্যালয়ত সভাকক্ষত বৈঠকত

BJP membership drive: সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টিঃ জয়ন্ত মল্ল বৰুৱা

সদস্য ভৰ্তিৰ দিশৰ পৰা দেশৰ প্ৰথম ২০ টা বিধানসভা সমষ্টিৰ তালিকাত অসমৰ তিনি সমষ্টি থকা বুলি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই প্ৰকাশ কৰিছে।(BJP membership drive)

Assam historical and cultural heritage: বিশ্ব পৰ্যটন দিৱসত অসমৰ চহকী ঐতিহাসিক আৰু সাংস্কৃতিক ঐতিহ্যৰ সন্ধানত গুজৰাটৰ এদল সাংবাদিক

গুজৰাটী ভাষাত "আদৰণি"ৰ অর্থ "আৱো পধাৰো"ৰ শুক্ৰবাৰে অসমত প্রকৃত অৰ্থ বিচাৰি পালে গুজৰাটৰ সাংবাদিকৰ এটা দলে।(Assam historical and cultural heritage)

Popular

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

Subscribe

spot_imgspot_img