Tag: ASSAM

Browse our exclusive articles!

Shipping and Waterway সাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

Shipping and Waterwaysসাজু বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

AGP gratitude’Chief Ministerমুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ

AGP gratitude'Chief Minister অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ ৷ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা অগপৰ ৷ অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, উপ সভাপতিদ্বয় বিষ্ণু দাস আৰু অপূৰ্ব ভট্টাচাৰ্য, সাধাৰণ সম্পাদক মনোজ শইকীয়া, ড° তপন দাস, সুনীল ডেকা আৰু মণিমাধৱ মহন্ত তথা সম্পাদক গুণমণি ভূঞাৰ লগতে কেইবাগৰাকীও দলীয় বিষয়ববীয়াই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি কৃতজ্ঞতা জ্ঞাপন কৰে।

jagiroad news: কিশোৰীৰ সৈতে অপকৰ্ম বিজয় বিশ্বাসৰ

জাগীৰোডত সংঘটিত হৈছে এক জঘন্য কাণ্ড ৷ এগৰাকী কিশোৰীক ফুচুলাই অপকৰ্ম কৰে এটা নৰপিশাচে৷ জাগীৰোডৰ বাগানবস্তিত সংঘটিত হয় এই জঘন্য ঘটনা। (jagiroad news)

Meat traders: কাহিলিপাৰা, লালগণেশত মাংস ব্যৱসায়ীৰ মাজত পৰিষ্কাৰ পৰিচন্নতা বিষয়ক সজাগতা সভা

গুৱাহাটীৰ লখৰা বজাৰ শিৱ মন্দিৰ আৰু লালগণেশ গণেশ মন্দিৰ প্ৰাংগনত কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্তৰ নিৰ্দেশত মাংস ব্যৱসায়ী সকলৰ মাজত পৰিষ্কাৰ-পৰিচন্নতা বিষয়ক এখনকৈ মুঠ দুখন সজাগতা সভা অনুষ্ঠিত হয়।(Meat traders)

horoscope: অক্টোবৰ মাহত কপাল ফুলিব এই সমূহ ৰাশিৰ

মেষ ৰাশিৰ পৰা মীন ৰাশিলৈকে সকলো ১২ ৰাশিৰ বাবে অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল। চাওক আপোনাৰ ৰাশিফল।(horoscope)

Popular

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

খচৰা ভোটাৰ তালিকা প্ৰকাশ, ভোটাৰৰ সংখ্যা ১.৩৫ শতাংশ বৃদ্ধি

Subscribe

spot_imgspot_img