Tag: ASSAM

Browse our exclusive articles!

Guwahati University: ৬০.৭ শতাংশ ভোটদানেৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন সম্পন্ন, আজি ঘোষিত হ’ব নিৰ্বাচনী ফলাফল

৬০.৭ শতাংশ ভোটদানেৰে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন সম্পন্ন। ১৫ পদৰ বিপৰীতে ৩৪ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা। আজি ঘোষিত হ'ব নিৰ্বাচনী ফলাফল।(Guwahati University)

Jorhat Attack:যোৰহাটত অঘটন জ্যেষ্ঠ ছাত্ৰৰ চুৰীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কণিষ্ঠ ছাত্ৰ

শেহতীয়া কৈ দৰং জিলাৰ এখন বিদ্যালয়ত দশম শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যু হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতেই এক অনুৰূপ ঘটনা সংঘটিত হৈছে যোৰহাট জিলাত। যোৰহাট জিলাৰ দহোতিয়া হাইস্কুলত সংঘটিত হয় এক চুৰিকাঘাটৰ ঘটনা। বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে আজি পুৱা বিদ্যালয় খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ আক্ৰমণত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় এজন একাদশ শ্ৰেণীৰ ছাত্ৰ। মূৰত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰ জনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় (Dahotia High School in Jorhat)

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ

Bhavananda Goswami passes away মৰিগাওঁ বৰ্ণসত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ গোস্বামী বিয়োগ।তেখেতৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ভকত-বৈষ্ণৱ তেখেতৰ বাসগৃত সমবেত হৈ মৃতকক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘই।

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান প্ৰৱঞ্চক চক্ৰৰ! মন্ত্ৰীৰ কেবিন পালেগৈ প্ৰৱঞ্চকৰ জাল

শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক আগুৱায়ো নিছিল৷(Himanta Biswa Sarma)

Popular

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

Subscribe

spot_imgspot_img