Tag: ASSAM

Browse our exclusive articles!

Darrang News:ছাত্ৰ হত্যাকাণ্ড! ১২ গৰাকী শিক্ষক-কৰ্মচাৰীক শাস্তিমূলক বদলি

বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীসহ ১২গৰাকী কৰ্মচাৰীক তেওঁলোকৰ গাফিলতিৰ বাবে অন্য বিদ্যালয়লৈ বদলি। (Darrang News)

Worst Oil For Health: স্বাস্থ্যৰ বাবে আটাইতকৈ বেয়া হৈছে তেল! পাকঘৰৰ পৰা আঁতৰাই পেলাওক এইসমূহ তেল

বেছিভাগ মানুহেই এই কথাটোত গুৰুত্ব নিদিয়ে, খাদ্য স্বাস্থ্যৰ বাবে যিমান গুৰুত্বপূৰ্ণ, তাতকৈ খাদ্য ৰন্ধা-বঢ়াত ব্যৱহাৰ কৰা তেলও সমানেই গুৰুত্বপূৰ্ণ। যদিও তেলে শৰীৰত অত্যাৱশ্যকীয় চৰ্বি যোগান ধৰে, কিন্তু সকলো ধৰণৰ তেল স্বাস্থ্যৰ বাবে উপযোগী বুলি গণ্য কৰা নহয়।(Worst Oil For Health)

Coal India’sমাৰ্ঘেৰিটাৰ লিডুত ক’ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে জনজাতীয় গাঁৱলৈ চৰম ভাবুকি

Coal India's dumping ground in Margherita'sমাৰ্ঘেৰিটাৰ লিডুত ক'ল ইণ্ডিয়াৰ ডাম্প্ৰিং গ্ৰাউণ্ডে কঢ়িয়াই আনিছে tribal villageজনজাতীয় গাঁৱলৈ চৰম ভাবুকি

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ

Durga Pujaদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগদুৰ্গোৎসৱৰ প্ৰাকক্ষণত পথ-সুৰক্ষাকলৈ অধিক সতৰ্ক পৰিবহণ বিভাগ ৷ ৩০ছেপ্টেম্বৰৰ ভিতৰত সকলো শ্ৰেণীৰ যান-বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি আগন্তুক দুৰ্গাপূজাৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰাজপথত পথ-সুৰক্ষা নিশ্চিত কৰাৰ আহ্বান জনাইছে পৰিবহণ বিভাগে

AGP foundation day অক্টোবৰত ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

AGP foundation day ১৪ অক্টোবৰত ।Dibrugarh ডিব্ৰুগড়ৰ জেৰাইত অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।অসমৰ আঞ্চলিকতাবাদৰ ধ্বজাবাহক অসম গণ পৰিষদে ১৪ অক্টোবৰত ৪০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। ডিব্ৰুগড় জিলাৰ Jerai জেৰাইত কেন্দ্ৰীয়ভাৱে অনুষ্ঠানটি অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিত প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ব।

Popular

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

Subscribe

spot_imgspot_img