Tag: ASSAM

Browse our exclusive articles!

North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷(both gold in mixed doubles are held by Assam shuttlers)

Sankor jyoti Baruah: আছুৰ মজিয়াত খলকনি! শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ সমুজ্জল ভট্টাচাৰ্যৰ

শংকৰ জ্যোতি বৰুৱাক আছুৰ পৰা অব্যাহতি লোৱাৰ পৰামৰ্শ মুখ্য উপদেষ্টা ড০ সমুজ্জল ভট্টাচাৰ্যৰ। এগৰাকী যুৱতীয়ে প্ৰৱঞ্চনাৰ অভিযোগ তুলি থানাত শংকৰ জ্যোতি বৰুৱাৰ বিৰুদ্ধে দিছিল এজাহাৰ। ইয়াৰ পিছতে বিভিন্ন মহলাত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া।(Samujjal Bhattacharya advises Sankor Jyoti Baruah to retire from AASU)

Durga Puja 2024 Date:দুৰ্গা পূজা কেতিয়া? মহালয়াৰ পৰা বিজয়াদশমীৰ তাৰিখ জানি লওক

ধৰ্মীয় বিশ্বাস অনুসৰি মাতৃ দুৰ্গাই অশ্বিন শুক্ল পক্ষৰ দশমীত মহিষাসুৰৰ সৈতে ৯ দিন যুদ্ধ কৰি হত্যা কৰিছিল। হিন্দু ধৰ্মত দুৰ্গা পূজাত ৯ গৰাকী দেৱী দুৰ্গাক ন দিন পূজা কৰা হয় আৰু দশম দিনত বিজয়দশমী পালন কৰা হয়।(Durga Puja 2024 Date)

Himanta Biswa Sarma: চৰ্চাত এখন ফটো! কোন হয় চিনি পাইছে নে ফটোখনত

মামা খ্যাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এখন ফটো সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈছে। অৱশ্যে এই ফটোখন মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ একাউণ্টতও শ্বেয়াৰ কৰিছে। (Chief Minister Himanta Biswa Sarma's emotional post on Facebook)ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে-

গুৱাহাটী প্ৰেছ ক্লাবত শিক্ষাগুৰুৱে উন্মোচন কৰিলে ছাত্ৰীৰ গ্ৰন্থ

প্ৰেৰণাৰ আলোচনী "নিয়ৰৰ ফুল"ৰ উদ্যোগত আৰু সাহিত্যৰ আলোচনী "সাহিত্যৰ সুবাস"ৰ সহযোগত গ্ৰন্থ উন্মোচনী সভা আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ওপজা দিনত গীত-মাত-কবিতাৰ আবেলি অনুষ্ঠানটিত গুৱাহাটী প্ৰেছ ক্লাবত কবি, লেখিকা জুৰিমণি মুদৈৰ "অনুভৱৰ গুঞ্জন" গ্ৰন্থখন উন্মোচন কৰে।(Book release at Guwahati Press Club)

Popular

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

Subscribe

spot_imgspot_img