Tag: ASSAM

Browse our exclusive articles!

Online trading scam: চুমিৰ কাপোৰ ক্ৰয়ৰ নামত এবছৰে বিশালে ব্যয় কৰিছিল ১ কোটি টকা

ৰাজ্যৰ লগতে অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তি আছিল চুমিৰ গ্রাহক। বিশ্বকর্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ'ভাৰ অহাৰ কথা। বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি। আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা।(Sumi borah-bishal phukan collected one thousand crore)

BJP Membership Drive: বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ উদ্যোগত জালুকবাৰী সমষ্টিত সদস্যতা ভৰ্তি অভিযান

বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে জালুকবাৰী সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ সদস্যতা ভর্তি অভিযান যোৰদাৰ গতিত চলিছে। এই অভিযানৰ অংশ হিচাপে বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ উদ্যোগত, মৰ্চাৰ বিশ্ববিদ্যালয় মণ্ডল আৰু জালুকবাৰী মণ্ডল সমিতিৰ সহযোগত পাণ্ডুৰ ৰেষ্টকেম্পত অনুস্থিত হয় সদস্যতা ভৰ্তি অভিযান বিষয়ক এক অনুষ্ঠান। (BJP's membership drive in Jalukbari constituency)

Ripun Bora joins Congress ৰিপুণ বৰা কংগ্ৰেছত যোগদান

Ripun Bora returns to Congress ৰিপুণ বৰাই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত দলত পুনৰ যোগদান কৰে। ৰাজ্যসভা নিৰ্বাচনত পৰাজয় কৰাৰ পাছতে প্ৰদেশ কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছ...

সুশৃংখলিত সমাজ এখন গঢ়ি তোলাৰ দিশত আৰক্ষীৰ এক গুৰুদায়িত্ব আছেঃ মুখ্যমন্ত্ৰী

অসম আৰক্ষীত নতুন নতুন বিষয়া, কনিষ্টবল, জোৱান, নতুন বেটেলিয়ন গঢ়ি তোলাৰ ফলত নতুন তেজেৰে সমাহিত আৰক্ষী বাহিনী এটা জনসাধাৰণে দেখিবলৈ পাইছে। অপৰাধীৰ ক্ষেত্ৰত আৰক্ষী কঠোৰৰ পৰা কঠোৰতম হ’ব লাগে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।(The police have an important responsibility to build an orderly society)

Bhupen Hazarika Birthday: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জয়ন্তী

অজি ড৹ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন (96th Birth anniversary of legendary singer Bhupen Hazarika)৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন ধৰণে উদযাপন কৰা হৈছে সুধাকণ্ঠৰ জয়ন্তী ৷ সুধাকণ্ঠৰ গীতেৰে শ্ৰদ্ধাঞ্জলি যাচিছে বিশ্ব বিশ্ৰুতশিল্পীগৰাকীলৈ।

Popular

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড…

ডিজিটেল যুগত হেৰাই গৈছে শুভেচ্ছাবাহক কাৰ্ড...

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

ডাইনীৰ সন্দেহত জীয়ন্তে জ্বলাই হত্যা, কাৰ্বি আংলঙত নৃশংস ঘটনা

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

‘১০০ আসন’ ঘোষণা লৈ বিৰোধী শিবিৰত অশান্তি, মিত্ৰতাৰ ভৱিষ্যৎ লৈ প্ৰশ্ন

প্ৰচণ্ড শীতৰ বাবে বন্ধ বিদ্যালয় ! শিক্ষামন্ত্ৰী ৰণোজ পেগুে আকৌ কি ঘোষণা কৰিলে

ৰাজ্যজুৰি অব্যাহত থকা প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে...

Subscribe

spot_imgspot_img