Tag: ASSAM

Browse our exclusive articles!

আমলখি, আদা আৰু ইলাচি চাহে আপোনাৰ মুখখন জিলিকাই তোলাৰ লগতে ছালৰ বহু সমস্যা নাইকিয়া কৰিব…

আমলখি, আদা আৰু ইলাচি চাহে আপোনাৰ মুখখন জিলিকাই তোলাৰ লগতে ছালৰ বহু সমস্যা নাইকিয়া কৰিব...।আপুনি কেতিয়াবা শুনিছেনে যে চাহ খালে ছালৰ উজ্জলতা বৃদ্ধি হ’ব...

কাশ্মীৰত তুষাৰপাত, দিল্লী-এনচিআৰত পুনৰ শীতকাল! অসমতো বৰষুণ হোৱাৰ সম্ভাৱনা, সন্মুখত আই পি এল…

কাশ্মীৰত তুষাৰপাত, দিল্লী-এনচিআৰত পুনৰ শীতকাল! বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী। মঙলবাৰে পুৱাৰ ভাগত দিল্লী-এনচিআৰত প্ৰচণ্ড বতাহৰ সৈতে বৰষুণৰ সৃষ্টি হয়। #WATCH | Waterlogging witnessed...

ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযানত আটক তিনি ড্রাগছ সেৱনকাৰী…

ড্রাগছ সেৱনকাৰীৰ বিৰুদ্ধে অইল নিৰাপত্তাৰক্ষীৰ অভিযানঅইলৰ আৱাসিক অঞ্চলৰ পৰা আটক তিনি ড্রাগছ সেৱনকাৰীক আটক বিতু দৰ্জী, দ্বীপ চেত্রী, সুৰেনজিৎ কলিতাড্রাগছ সেৱনকাৰীকেইটাৰ পৰা উদ্ধাৰ বুজন পৰিমাণৰ...

গোগামুখ আৰক্ষীৰ অভিযানঃ বিক্ৰী কৰিবলৈ নিয়াৰ পথত গড়ৰ খৰ্গসহ তিনি চোৰাং বেপাৰী আটক

কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত চোৰাং চিকাৰীয়ে এটা গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই গোগামুখত গড়ৰ খৰ্গ উদ্ধাৰ কৰা ঘটনাই প্ৰকৃতিপ্ৰেমী...

আপুনিও অতিৰিক্তভাৱে নেমু সেৱন কৰে নেকি? ইয়াৰ ফলত বহু সমস্যা সৃষ্টি হোৱাৰ সম্ভাৱনা…

আমি সকলোৱে জানো যে নেমু খোৱাটো আমাৰ বাবে উপকাৰী, কিন্তু এইটোও মনত ৰখা ভাল যে যিকোনো বস্তুৰ অত্যধিক ব্যৱহাৰে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে,...

Popular

অস্তিত্বৰ সংকটত ঐতিহাসিক দৰিকাৰ শিলৰসাঁকোঃ আমাৰ ঐতিহ্যৰ সুৰক্ষা আৰু পুৰাতত্ত্ব বিভাগৰ ভূমিকা

শিৱসাগৰ দৰিকা নদীৰ ওপৰত থকা ঐতিহাসিক শিলৰসাঁকোখন বৰ্তমান তীব্ৰ অস্তিত্বৰ সংকটত পৰিছে। শেহতীয়াকৈ অহা সংহাৰী বানৰ কৱলত পৰি এই ৰজাদিনীয়া কীৰ্তিচিহ্নটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে।

উজনি অসমত আজিৰে পৰা আৰম্ভ বান ক্ষতিগ্ৰস্তৰ জৰীপ

ঘৰ সম্পূৰ্ণৰূপে ভাঙিলে পাব ১ লাখ ২০ হাজাৰ টকা। সাংঘাটিকভাৱে ক্ষতিগ্রস্তয়ো পাব ১ লাখ ২০ হাজাৰ টকা। বানত গৰু উটি গ'লে লাভ কৰিব ৩৭,৫০০ টকা।

বান বিভীষিকাৰ মাজতে নাজিৰাত আন এক হৃদয়বিদাৰক ঘটনা

নাজিৰাত কৰুণ ঘটনা। বান বিভীষিকাৰ মাজতে নাজিৰাত সংঘটিত আন এক হৃদয়বিদাৰক ঘটনা। একে পৰিয়ালৰ দুজন মৃত্যু।

Kaziranga National Park: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব ম’বাইল ফোন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব ম’বাইল ফোন। ম’বাইল ফোন লৈ ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিব নোৱাৰিব পৰ্যটকে।

Subscribe

spot_imgspot_img