Tag: BJP

Browse our exclusive articles!

By Election: আজি ৫ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

By Election: আজি ৰাজ্যৰ পাঁচ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল, কোনে; ক'ত মাৰিব শেষ হাঁহি

Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত টিকিক নেপাই শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰা অমিয় কান্তি দাসে ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।(Dholai)

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ'ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

Yuva Morcha : যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত "য়ুথ কেন লীড" অভিযানৰ আজি শুভাৰম্ভণি হয়। (Yuva Morcha)গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয় বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটো আয়োজিত হৈ যায়। উল্লেখযোগ্য যে, আজি অৰ্থাৎ ১৮ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা য়ুথ কেন লীড শীৰ্ষক অভিযানৰ জড়িয়তে অৰাজনৈতিক যুৱ তথা ছাত্ৰ নেতৃত্বক যুৱ মৰ্চাৰ উদ্যোগত এক ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ ব্যৱস্থা কৰা হৈছে।

Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন

দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উপ-নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। অচিৰেই ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে ঘোষণা হ’ব পাৰে অসমৰ লগতে আন ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ তাৰিখ৷ বিহালী আৰু ধলাইৰ বাবে তিনিজনীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে। চামগুৰিৰ বাবে প্ৰস্তুত কৰিছে দুজনীয়া পেনেল। (Assam BJP)

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img