Tag: BJP

Browse our exclusive articles!

Family-centric politics:চামগুৰিত অৱসান ঘটিল ৰকিবুলৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ

২৪ বছৰীয়া দীৰ্ঘ বিৰতিৰ পাছত অৱশেষত চামগুৰিৰ(Samaguri) পৰা অৱসান ঘটিল ৰকিবুল হুছেইনৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ(Family-centric politics)।

By Election: আজি ৫ সমষ্টিত ভাগ্য নিৰ্ণয় হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ

By Election: আজি ৰাজ্যৰ পাঁচ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল, কোনে; ক'ত মাৰিব শেষ হাঁহি

Dholai । ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপি দলত্যাগী অমিয় কান্তি দাসে

ধলাই বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত টিকিক নেপাই শেহতীয়াকৈ বিজেপিৰ পৰা পদত্যাগ কৰা অমিয় কান্তি দাসে ধলাই বিধানসভাৰ উপ-নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে।(Dholai)

Bongaigaon AGP: দীপ্তিময়ী চৌধুৰী প্ৰাৰ্থী হ’লে মোৰ ভাবমূৰ্তি ম্লান পৰিব- বঙাইগাঁৱত সাংসদ ফণীভূষণ চৌধুৰী

কিন্তু মোৰ পৰিবাৰৰ নামটো ওলোৱাৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হলো মই৷ যিটো বিষয়ত মই অজ্ঞাত, যি বিষয় মই নাজানো, যিটো বস্তু মই কেতিয়াও ভবা নাছিলো এই কথাটোৱে হৈ হ'ল৷ তাৰ কাৰণে আজি মই কিছুমানৰ মনত আৰু কিছুমানৰ মাজত এলাগী হৈ গৈছো৷ এই মন্তব্য বঙাইগাঁও(Bongaigaon AGP) বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ বৰপেটা লোকসভা সমষ্টিৰ অগপ দলৰ সাংসদ ফণীভূষণ চৌধুৰীৰ(MP Phani Bhusan Choudhury)৷

Yuva Morcha : যুৱ মৰ্চাৰ “য়ুথ কেন লীড” অভিযানৰ শুভাৰম্ভণি

ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত আয়োজিত "য়ুথ কেন লীড" অভিযানৰ আজি শুভাৰম্ভণি হয়। (Yuva Morcha)গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয় বাজপেয়ী ভৱনৰ সভাগৃহত দলৰ জ্যেষ্ঠ নেতৃত্বৰ উপস্থিতিত শুভাৰম্ভণি অনুষ্ঠানটো আয়োজিত হৈ যায়। উল্লেখযোগ্য যে, আজি অৰ্থাৎ ১৮ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ'ব লগা য়ুথ কেন লীড শীৰ্ষক অভিযানৰ জড়িয়তে অৰাজনৈতিক যুৱ তথা ছাত্ৰ নেতৃত্বক যুৱ মৰ্চাৰ উদ্যোগত এক ক্ষেত্ৰভিত্তিক অধ্যয়ণৰ ব্যৱস্থা কৰা হৈছে।

Popular

Amit Shah: আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah: আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা ৮ বজাত গুৱাহাটী পাবহি বিজেপি যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যও।

বহুকেইটা কাৰ্যসূচীৰে আজি শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বহুকেইটা কাৰ্যসূচীৰে আজি শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং

১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং

আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন

আজি অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানি প্ৰক্ৰিয়া সম্পন্ন। দুয়োপক্ষৰ অধিবক্তা উপস্থিত আছিল অন্তিম শুনানিত।

Subscribe

spot_imgspot_img