Tag: BJP

Browse our exclusive articles!

Assam BJP । ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন

দিল্লীত বাহৰ পাতিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমত উপ-নিৰ্বাচনক লৈ ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। অচিৰেই ঘোষণা হ’ব ৰাজ্যৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন। মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ সৈতে একেলগে ঘোষণা হ’ব পাৰে অসমৰ লগতে আন ৰাজ্যৰ বিধানসভাৰ উপ-নিৰ্বাচনৰ তাৰিখ৷ বিহালী আৰু ধলাইৰ বাবে তিনিজনীয়া তালিকা প্ৰস্তুত কৰিছে ৰাজ্যিক বিজেপিয়ে। চামগুৰিৰ বাবে প্ৰস্তুত কৰিছে দুজনীয়া পেনেল। (Assam BJP)

BJP’s massive protest :বিজেপিৰ বিশাল প্ৰতিবাদ :মন্ত্ৰী পীয়ূষ হাজৰিকা সহ ৯জন বিধায়কৰ অংশগ্ৰহন

অসমৰ ২৯ হাজাৰ নিবনুৱাই চাকৰি পাব, সেয়ে কংগ্ৰেছৰ নেতাৰ গাত পূৰণি ধৰিছে ৷ এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ।(Congress party national president Mallikarjun Kharge) কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা সেই দলৰে চিত্তপুৰ সমষ্টিৰ বিধায়ক প্ৰিয়াংক খাৰ্গেই টুইটাৰত কৰা অসম বিৰোধী মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শাসনাধিষ্ঠিত বিজেপি ৷তাৰেই প্ৰতিবাদত (BJP's massive protest) বিজেপিৰ বিশাল প্ৰতিবাদ জাগীৰোডত সাব্যস্ত ৷

FIR against BJP presidentবিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে ভঙাঘৰ থানাত এজাহাৰ

(APCC) on Friday lodged an FIR against Assam BJP president প্ৰদেশ কংগ্ৰেছৰ চচিয়েল মিডিয়া আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতাৰ নেতৃত্বত এক প্ৰতিনিধিৰ দলে ভঙাঘৰ থানাত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে এক এজাহৰ দাখিল কৰে।

দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য কৰি বিতৰ্ক সোমাই পৰিছিল কংগনা ৰাণাৱত ! ‘মোক দলৰ নেতৃত্বই ধমক দিছিল, ভৱিষ্যতে কথা কওঁতে সাৱধান হ’ম…

'মোক দলৰ নেতৃত্বই ধমক দিছিল, ভৱিষ্যতে কথা কওঁতে সাৱধান হ'ম।' শেহতীয়া বিতৰ্কক লৈ কংগনাৰ মন্তব্য। দিল্লীৰ কৃষক আন্দোলন সন্দৰ্ভত মন্তব্য কৰি বিতৰ্ক সোমাই পৰিছিল...

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে : ‘ নতুন দিল্লীত এই মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ…

'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এতিয়া আজমলক লাগে। আজমলবিহীন অসমে মুখ্যমন্ত্ৰীক বিপদত পেলাইছে। ছয় জনগোষ্ঠী আৰু শিক্ষকৰ আন্দোলনক আঁতৰাই থ'ব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে। বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকলৈকে কাকো...

Popular

LPG Tankers: অন্ত পৰিব গেছৰ নাটনি ! ইৰাণৰ পৰা আহি আছে দুখন ভাৰতীয় LPG টেংকাৰ

LPG Tankers: অন্ত পৰিব গেছৰ নাটনি ! ইৰাণৰ পৰা আছে দুখন ভাৰতীয় LPG টেংকাৰ। অনুমতি লাভ কৰি ভাৰতৰ শিৱালিক নামৰ টেংকাৰখন ৰাওনা।

Amit Shah: আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Amit Shah: আজি পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা ৮ বজাত গুৱাহাটী পাবহি বিজেপি যুৱমৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যও।

বহুকেইটা কাৰ্যসূচীৰে আজি শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বহুকেইটা কাৰ্যসূচীৰে আজি শিলচৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং

১৬আৰু ১৭ তাৰিখে প্ৰাৰ্থী ঘোষণা কৰিব দলে ৰাইজে চিন্তা কৰিব নালাগে ৰংখাংঙত আছোঁ = ড° তুলিৰাম ৰংহাং

Subscribe

spot_imgspot_img