Tag: BOLLYWOOD

Browse our exclusive articles!

এই ৫টা বৃত্তিৰ চাহিদা বাঢ়িছে, সফল হ’বলৈ কি কৰিব

বিশ্বৰ চাকৰিৰ বজাৰখন পূৰ্বতকৈ দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে আৰু বৰ্তমানৰ বহু চাকৰি অতি সোনকালে নাইকিয়া হ’ব। PlayerUnibots.com বন্ধ কৰকশেহতীয়াকৈ বিশ্ব অৰ্থনৈতিক মঞ্চৰ এক অধ্যয়নত এই পৰিৱৰ্তনৰ...

Banana: ৭৫ কোটি টকীয়া এটা কল, কোনে কিনিলে, কোনে কেনেকৈ খাব

ইটালীৰ বিখ্যাত শিল্পী মৌৰিজিঅ’ কেটেলানে জনপ্ৰিয়তাক নুই কৰিব নোৱাৰি। ২০১৯ চনত তেওঁ এটা কলৰ জৰিয়তে আলোড়নৰ সৃষ্টি কৰিছিল, যিটো কল তেওঁ আকাশলংঘী মূল্যত বিক্ৰী...

MANIPUR:মণিপুৰৰ সাতখন জিলাত আৰু তিনিদিনলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব, আইন-শৃংখলা নিয়ন্ত্ৰণত ব্যস্ত প্ৰশাসন

মণিপুৰৰ অশান্তিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সাতখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সময়সীমা বৃদ্ধি কৰা হৈছে। আইন-শৃংখলা নিয়ন্ত্ৰণত ৰাখিবলৈ সেই জিলাসমূহত ১৬ নৱেম্বৰৰ পৰা...

Health: শীতকালত হাঁপানীৰ সমস্যা: মানি চলক কিছুমান নিয়ম

শীতকাল প্ৰায় আহি পালেহিয়েই...। শীতকালৰ পাতল ঠাণ্ডা বতাহ পুৱাৰ পৰা দুপৰীয়ালৈকে বলি থাকে। এই বতৰত উষ্ণতা হ্ৰাস পোৱাৰ লগতে বায়ুৰ আৰ্দ্ৰতাও কমি যায়। বহু...

Bollywood:পৰিচালক ৰাকেশ ৰোচনৰ অন্তিমখন ছবি হ’ব পুত্ৰ ঋত্বিকৰ ‘কৃষ-৪’

'krish-4' । নিজৰ কেৰিয়াৰত নায়ক হিচাপে হাৰ্টথ্ৰব আছিল তেওঁ, সেয়েহে পৰিচালক হিচাপেও হিট চিনেমা আগবঢ়াই আহিছে ৰাকেশ ৰোশনে । ‘কৰণ-অৰ্জুন’ৰ পৰা আৰম্ভ কৰি ‘কহো না প্যাৰ হায়’ বা শেহতীয়া ‘ ‘কৃষ’’লৈকে ৰাকেশে ছবি নিৰ্মাণৰ ক্ষেত্ৰত অসাধাৰণ দক্ষতা প্ৰদৰ্শন কৰিছে। অৱশ্যে বলীউডৰ এই প্ৰভাৱশালী পৰিচালকজনে পৰিচালনা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তেওঁৰ পুত্ৰৰ সৈতে তেওঁৰ শেষ চিনেমা হ’ব ‘কৃষ ৪’

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img