Breaking

Browsing Tag

budget

বাজেটক লৈ মাত মাতিছে চাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে…

মোডী চৰকাৰৰ ৩.০ প্ৰথম বাজেট বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে দাখিল কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা সাধাৰণ বাজেটক ভাৰত মিত্ৰজোঁটৰ দলসমূহে বৈষম্যমূলক বাজেট বুলি অভিহিত কৰিছে। ইণ্ডিয়া এলায়েন্সৰ সাংসদে বুধবাৰে
Read More...

কেন্দ্ৰীয় বাজেট ৰিয়েল ইষ্টেট খণ্ডৰ বাবে আশাব্যঞ্জকঃ এৰিডা…

দেশৰ ইতিহাসত অভিলেখ সৃষ্টি কৰি ধাৰাবাহিকভাৱে আজি সপ্তমবাৰৰ বাবে পূৰ্ণাংগ বাজেট দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ এই বাজেটখন নৰেন্দ্ৰ মোডী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথমখন বাজেট। বিত্তমন্ত্রীয়ে
Read More...

এই বাজেট নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে : গৃহমন্ত্ৰী…

এই বাজেট সকলোৰে বিকাশৰ বাবে। নিয়োগ সৃষ্টি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিছে চৰকাৰে।'
Read More...

বাজেট দাখিলৰ পূৰ্বে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে দৈ খুৱালে নিৰ্মলা সীতাৰমণক, শুভ কামত দৈ খুৱাই দিয়াৰ…

মোডী ৩.০ চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিবলৈ ওলোৱা পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক দৈ খুৱাই দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। শুভ কামৰ আগত দৈ আৰু চেনি খুৱাই দিয়াৰ এই পৰম্পৰা কিয় জানেনে? ইয়াৰ আঁৰত বহুতো জ্যোতিষ আৰু বৈজ্ঞানিক কাৰণ আছে।
Read More...

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ…

মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। একেৰাহে সপ্তমবাৰৰ বাবে বাজেট দাখিল কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেটত মুঠ ৯টা অগ্রাধিকাৰত গুৰুত্ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰঃ
Read More...

আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট, দিনৰ ১১ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা…

আজি তৃতীয়খন মোদী চৰকাৰৰ প্ৰথমখন সাধাৰণ বাজেট৷ দিনৰ ১১ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব বাজেট৷ একেৰাহে সপ্তমবাৰলৈ বাজেট দাখিল কৰি অভিলেখ গঢ়িব সীতাৰমণে৷ পূৰ্বে মোৰাৰজী দেশাইয়ে একেৰাহে ৬
Read More...

২৩ জুলাইত বাজেট ৩.০ দাখিল কৰিবলৈ সাজু হৈছে নিৰ্মলা সীতাৰমণ..

অহা ২৩ জুলাইত লোকসভাত ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেট দাখিল কৰা হ’ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শনিবাৰে নিশ্চিত কৰিছে। এক্সৰ ওপৰত দিয়া এটা পোষ্টত তেওঁ কয় যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শ মতে ২০২৪ চনৰ ২২
Read More...

চতুৰ্থখন পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ। কি কি আছে বাজেটত…

বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট৷ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে পূৰ্ণাংগ বাজেট৷ আজি বিধানসভাৰ বাজেট অধিৱেশনৰ ষষ্ঠ দিন। বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট৷ চতুৰ্থখন পূৰ্ণাংগ বাজেট দাখিল বিত্তমন্ত্ৰীগৰাকীৰ৷ বাজেট
Read More...

২০২৪-২৫ চনৰ বাজেটৰ মূল দিশসমূহ কি কি…

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত ষষ্ঠখন বাজেট দাখিল কৰে। এইখন আছিল চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ পূৰ্বে অন্তৱৰ্তীকালীন বাজেট। ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেটত যুৱ আৰু মহিলা সবলীকৰণৰ ওপৰত
Read More...

বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ২০৪৭ চনৰ ভিতৰত গঢ়লৈ উঠিব এখন আধুনিক…

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। পৰম্পৰা ৰক্ষা কৰি বাজেট অধিৱেশনৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আজি সংসদৰ যুটীয়া অধিৱেশনত ভাষণ দিয়ে। নিজৰ ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, "২০৪৭ চনৰ ভিতৰত আমি এনে এখন ভাৰত গঢ়ি তুলিব লাগিব য'ত
Read More...