Tag: Donald Trump

Browse our exclusive articles!

Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?

Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?

Susie Wiles: প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি মহিলাক

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে এনে প্ৰথম নিযুক্তি দিছে, যিটো নিযুক্তিয়ে আমেৰিকাত ইতিহাস ৰচনা কৰিছে।(Susie Wiles)

Trump Modi Friendship: প্ৰধানমন্ত্ৰী মোদী আৰু ড’নাল্ড ট্ৰাম্পৰ ফোনযোগে কথোপথন, ট্ৰাম্পে ক’লেঃ বিশ্বই মোদীক ভাল পায়…

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্পৰ ফোনযোগে কৰা কথোপকথন ভাইৰেল হৈ পৰিছে, যাৰ পৰা দেখা গৈছে যে দুয়োৰে মাজত আছে গভীৰ বন্ধুত্ব সম্পৰ্ক।(Trump Modi Friendship)

Kamala Harris: হাত যোৰ কৰি সেমেকা দুচকুৰে কমলা হেৰিছে ক’লেঃ আমি নিৰ্বাচনতহে পৰাস্ত হৈছো, যুঁজ এৰি দিয়া নাই

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ড’নাল্ড ট্ৰাম্পৰ হাতত পৰাজয়ৰ পিছত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত কমলা হেৰিছে সমৰ্থকসকলক সম্বোধন কৰি আৱেগিক হৈ পৰে।(Kamala Harris)

US Presidential Election 2024 Results: যদি ড’নাল্ড ট্ৰাম্প নিৰ্বাচনত জয়ী হয় তেন্তে প্ৰথম দিনাই ল’ব এই সমূহ সিদ্ধান্ত…

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰম্ভিক ধাৰাত আগবাঢ়িছে ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প। যদি তেওঁ জয়ী হয় তেন্তে ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ প্ৰথম সিদ্ধান্ত কি হ’ব।(US Presidential Election 2024 Results)

Popular

Gaurav Gogoi: শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ

শিৱসাগৰত অসম প্ৰদেশ(Gaurav Gogoi) কংগ্ৰেছৰ নৱ-নিৰ্বাচিত সভাপতি গৌৰৱ গগৈ। কালি যোৰহাট, তিতাবৰ,গেলেকী,নাজিৰাত জন সম্পৰ্ক কৰি নিশা শিৱসাগৰ চাৰ্কিট হাউচত নৈশ যাপন কৰে।

Lucky Sign on body: ভাগ্যৱান পুৰুষ-মহিলাক কেনেকৈ চিনিব ?

শৰীৰত এনে কিছুমান চিন থাকে যাৰ বাবে ব্যক্তিজন অতি ভাগ্যৱান হয়। (Lucky Sign on body) যিসকল মহিলা বা পুৰুষৰ শৰীৰত এই ভাগ্যৰ চিন থাকে, তেওঁলোক ধনী হয় আৰু লগতে অতি জনপ্ৰিয় হয়।

Anna Sewa Din: আজিৰে পৰা ২০ জুনলৈ বিশেষ অন্ন সেৱা দিন

আজিৰেপৰা ২০ জুনলৈ বিশেষ অন্ন সেৱা দিন।(Anna Sewa Din)একেলগে ৩ মাহৰ বিনামূলীয়া চাউল লাভ কৰিব ২ কোটি হিতাধিকাৰীয়ে।

Pijush Hazarika: গৌৰৱ গগৈক বন্ধুত্বপূৰ্ণ সুপৰামৰ্শ দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই

সামাজিক মাধ্যমত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ এটা বিশেষ পোষ্ট। (Pijush Hazarika) পোষ্টটো কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি গৌৰৱ গগৈক উদ্দেশি দিছে। গৌৰৱ গগৈক পৰামৰ্শ আগবঢ়াইছে মন্ত্ৰীগৰাকীয়ে।

Subscribe

spot_imgspot_img