Tag: Donald Trump

Browse our exclusive articles!

উচ্ছেদিতক উপযুক্ত সংস্থাপন আৰু ক্ষতিপূৰণ দিব লাগিব চৰকাৰে…

১৬ ডিচেম্বৰৰ পূৰ্বে উচ্ছেদিত পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ আৰু পুনর্বাসন প্ৰক্ৰিয়া কি দৰে কৰিব তাৰ শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ।

সাতজনমৰ বাবে এক হ’ল অনিৰুদ্ধ ৰবিচন্দ আৰু কাব্যা মাৰণ…

বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী তথা CEO কাব্যা মাৰণ।

Trump-Putin: ভাৰতৰ স্বাধীনতা দিৱসৰ দিনা ট্ৰাম্প-পুটিনৰ বৈঠক

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বন্ধ হ’বনে? (Trump-Putin) ট্ৰাম্পে শুল্ক যুদ্ধৰ অন্ত পেলাবনে? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ হয়তো ১৫ আগষ্টত পোৱা যাব৷

Trump announces 25% tariff: ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ ‘বন্ধু’ ট্ৰাম্পৰ

ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক (Trump announces 25% tariff) আৰোপ কৰিলে ড’নাল্ড ট্ৰাম্পে৷ ছ’চিয়েল মিডিয়াত তেওঁ কয় যে বন্ধু হ’লেও ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰা হৈছে৷

Donald Trump Elon Musk: ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পৰ উপহাস

ইলন মাস্কৰ নতুন দল গঠনক লৈ ট্ৰাম্পে (Donald Trump Elon Musk) কৰিলে উপহাস৷ উল্লেখ্য, শেহতীয়াকৈ ইলন মাস্কে মাৰ্কিন ৰাজনীতিত জোকাৰণি তুলি ‘আমেৰিকান পাৰ্টী’ নামৰ এটা নতুন ৰাজনৈতিক দল গঠন।

Trump for Nobel Peace Prize: ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰক, পৰামৰ্শ দিলে পাকিস্তানে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা উচিত৷ পাকিস্তানে এই বুলিয়েই পৰামৰ্শ দিলে।(Trump for Nobel Peace Prize)

Elon Musk vs Donald Trump:’প্ৰয়োজন হ’লে ৰাছিয়াই মাস্কক আশ্ৰয় দিব’! ট্ৰাম্পৰ সৈতে মুকলি সংঘাত ইলন মাস্কৰ

ট্ৰাম্প-মাস্ক বিবাদৰ মাজতে একাংশই মাস্কক আমেৰিকাৰ পৰা বহিষ্কাৰ কৰিবলৈ দাবী জনাইছে। অৱশ্যে ৰাছিয়া চৰকাৰৰ মুখপাত্ৰই এই সন্দৰ্ভত কোনো মন্তব্য দিব বিচৰা নাছিল।(Elon Musk vs Donald Trump)

Popular

সাতজনমৰ বাবে এক হ’ল অনিৰুদ্ধ ৰবিচন্দ আৰু কাব্যা মাৰণ…

বিবাহপাশত আবদ্ধ হ'ল জনপ্ৰিয় সংগীত পৰিচালক অনিৰুদ্ধ ৰবিচন্দৰ আৰু চানৰাইজাৰ্ছ হায়দৰাবাদৰ স্বত্বাধিকাৰী তথা CEO কাব্যা মাৰণ।

যুৱ অলিম্পিকত ব্ৰঞ্জজয়ী তীৰ্থাংক পেগুক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

যুৱ অলিম্পিকত ব্ৰঞ্জজয়ী তীৰ্থাংক পেগুক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি

ঢকুৱাখনা গ্ৰন্থমেলাত পুৰুলীল প্ৰকাশনৰ ‘হাবুঙৰ ইতিহাস’কে ধৰি চাৰিখন গ্ৰন্থ উন্মোচনকুইজ, কিতাপ পঢ়ি অনুভৱ লেখা প্ৰতিযোগিতাৰে মুখৰ গ্ৰন্থমেলা

ঢকুৱাখনা গ্ৰন্থমেলাত পুৰুলীল প্ৰকাশনৰ ‘হাবুঙৰ ইতিহাস’কে ধৰি চাৰিখন গ্ৰন্থ উন্মোচনকুইজ, কিতাপ পঢ়ি অনুভৱ লেখা প্ৰতিযোগিতাৰে মুখৰ গ্ৰন্থমেলা

দক্ষিণ কামৰূপত শিলাবৃষ্টি, প্ৰবল বৰষুণত হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন

দক্ষিণ কামৰূপত শিলাবৃষ্টি, প্ৰবল বৰষুণত হাজাৰ হাজাৰ বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন, পকিবলৈ ধৰা ধাননিৰ লগতে কলখেতি বিনষ্ট চৰকাৰৰ ওচৰত ক্ষতিগ্ৰস্ত কৃষকৰ ক্ষতিপূৰণৰ দাবী
spot_imgspot_img