Tag: Donald Trump

Browse our exclusive articles!

Trump-Zelensky: ড’নাল্ড ট্ৰাম্প আৰু জেলেনস্কিৰ মাজত তীব্ৰ বাকযুদ্ধ!

হোৱাইট হাউছত ৰুছ-ইউক্ৰেইনৰ যুদ্ধ অৱসানক লৈ বৈঠক। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ মাজত তীব্ৰ বাক-বিতণ্ডা। জেলেনস্কিক যুদ্ধ অৱসানৰ পৰামৰ্শ দিছিল ড'নাল্ড ট্ৰাম্পে। ইয়াৰ পাছতে দুয়োৰে মাজত তীব্ৰ বাকযুদ্ধ।(Trump-Zelensky)

Donald Trump: ইৰাণৰ বিৰুদ্ধে ট্ৰাম্পৰ প্ৰথম পদক্ষেপ,পাৰমাণৱিক কাৰ্যসূচী ৰোধৰ বাবে তেল আমদানিত বাধা !

ভাৰত, চীন বা সংযুক্ত আৰব আমিৰশ্বাহীৰ যিকোনো কোম্পানীয়ে ইৰাণৰ পৰা তেল ক্ৰয় কৰিলে নিষেধাজ্ঞাৰ সন্মুখীন হ’ব পাৰে বুলি আমেৰিকাৰ কোষাগাৰ বিভাগে প্ৰকাশ কৰিছে।(Donald Trump)

Donald Trump: আমেৰিকাৰ সোণালী যুগ মাত্ৰ আৰম্ভ হৈছে: ড’নাল্ড ট্ৰাম্প, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে ট্ৰাম্পৰ শপতগ্ৰহণ

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ ড'নাল্ড ট্ৰাম্পৰ।(Donald Trump) ট্ৰাম্পৰ লগতে শপত ল'লে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সেও। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাঠ কৰোৱালে শপত বাক্য।

Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?

Donald Trump: ট্ৰাম্পৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণৰ টিকটৰ মূল্য ৮.৬৫ মিলিয়ন টকা! ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত কি কি খাদ্য আছে?

Susie Wiles: প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ইতিহাসত হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী হিচাপে নিযুক্তি মহিলাক

আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত ট্ৰাম্পে এনে প্ৰথম নিযুক্তি দিছে, যিটো নিযুক্তিয়ে আমেৰিকাত ইতিহাস ৰচনা কৰিছে।(Susie Wiles)

Popular

Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ত শিৰোনাম দখল কৰিব ছানী লিয়নে

Siang Festival 2025: অৰুণাচল প্ৰদেশৰ ছিয়াং ফেষ্টিভেল ২০২৫ৰ শিৰোনাম দখল কৰিব ছানী লিয়নে

Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?

Anupam Kher: কোটি টকাৰ সম্পত্তিৰ মালিক হোৱাৰ পিছতো কিয় ভাড়াঘৰত থাকে অনুপম খেৰ?

Roti and Rice: সাৱধান! ৰুটি আৰু ভাত একেলগে খাই নেকি?

ৰুটি আৰু চাউল একেলগে খোৱাটো স্বাস্থ্যৰ (Roti and Rice) বাবে ক্ষতিকাৰক হ’ব পাৰে। ভাত আৰু ৰুটি পুষ্টিকৰ বুলি কোৱা হয়। কিন্তু ভাত আৰু ৰুটি একেলগে খালে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !

American Airlines: পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনাঃ উৰণৰ সময়তে বিমানত লাগিল জুই !এইবাৰ ঘটনাৰ স্থান হৈছে আমেৰিকা।

Subscribe

spot_imgspot_img