Tag: earthquake

Browse our exclusive articles!

Earthquake In Afghanistan: ভূমিকম্পত কঁপিল আফগানিস্তানৰ ভূমি

এছিয়াত ভূমিকম্পৰ কম্পন দ্ৰুতগতিত দেখা গৈছে। আজি আফগানিস্তানত প্ৰবল ভূমিকম্পৰ সৃষ্টি হয়।(Earthquake In Afghanistan)

Myanmar Earthquake: ম্যানমাৰৰ ভূমিকম্পত ১৬০০ৰো অধিক লোকৰ মৃত্যু, ৩৪০৮ জন আহত; ভাৰতত সাহায্য অভিযান

নতুন দিল্লীয়ে শনিবাৰে ম্যানমাৰক সহায়ৰ বাবে ‘অপাৰেচন ব্ৰহ্ম’ নামৰ বহু সংস্থাৰ সাহায্য অভিযান আৰম্ভ কৰে, ১৫ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰাৰ লগতে আকাশ আৰু সাগৰীয় মাধ্যমেৰে অতিৰিক্ত সাহায্য প্ৰস্তুত কৰে।(Myanmar Earthquake)

Myanmar earthquake: ম্যানমাৰত মৃত্যুৰ সংখ্যা ৬৯৪ লৈ বৃদ্ধি! সাহায্য সামগ্ৰী লৈ ভাৰতৰ পৰা বিমান ৰাওনা

শুকুৰবাৰে পুৱাৰে পৰা ১৫ বাৰকৈ কঁপিছে ম্যানমাৰৰ মাটি। প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭।(Myanmar earthquake) শনিবাৰে জন্টা চৰকাৰে ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৬৯৪ জন বুলি জানিব পৰা গৈছে।

Earthquake : ভয়ংকৰ ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল অট্টালিকা

ৰাজ্যত অনুভূত ভূঁইকঁপ। (Earthquake)ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰ।১১বাজি ৫৩ মিনিটত অনুভুত জোকাৰণি।

Earthquake: পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

Earthquake: পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img