Breaking

Browsing Tag

earthquake

৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল নিউজিলেণ্ডক। জাৰি কৰিছে সতৰ্কবাণী…

পুৱাৰ ভাগত ৭.৩ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল নিউজিলেণ্ডক। জাৰি কৰিছে সতৰ্কবাণী...।সোমবাৰে পুৱা ০৮:৫৪ বজাত নিউজিলেণ্ডৰ কেৰমাডেক দ্বীপপুঞ্জত ৭.২ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয় বুলি নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে প্ৰকাশ কৰিছে।
Read More...

৪.৭ প্ৰাবল্যৰ ভূমিকম্পই কঁপালে মিজোৰামৰ চাম্পাইত…

সোমবাৰে মিজোৰামৰ চাম্পাইত ৪.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হয় বুলি ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)য়ে জানিবলৈ দিয়ে। পুৱা ৬:১৬ বজাত চম্পাইত ভূমিকম্পৰ সৃষ্টি হয়। Earthquake of Magnitude:4.7, Occurred on
Read More...

৪.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল জাপানক…

জাপানৰ ইজু দ্বীপপুঞ্জত ৪.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল, কোনো লোক নিহত হোৱা নাই!আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি শুকুৰবাৰে জাপানৰ ইজু দ্বীপপুঞ্জত ৪.৬ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি যায়।আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি
Read More...

ভূমিকম্পৰ মাজতে হাৰিয়ানাৰ আকাশত এটা ‘ৰহস্যময় পোহৰ’…

ভূমিকম্পৰ মাজতে হাৰিয়ানাৰ আকাশত এটা 'ৰহস্যময় পোহৰ' দেখা গ’ল। আৰু সেই ৰঙীন পোহৰৰ পাছতে ৰহস্য বাঢ়ি আহিছে। মঙলবাৰে নিশা ১০.২৫ বজাত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ বহু ঠাইত কম্পন অনুভৱ কৰা হয়। ভূমিকম্পৰ
Read More...

তুৰস্ক-ভূমিকম্পই বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে…

তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ তাইপ এৰ্দোগানৰ আশংকাই সত্য হ’ল। ভূমিকম্প বিধ্বস্ত দুই দেশত মৃত্যুৰ সংখ্যা ৫০ হাজাৰ অতিক্ৰম কৰিছে। ৬ ফেব্ৰুৱাৰীত ৰিখটাৰ স্কেলত ৭.৮ জোখৰ ভূমিকম্পই তুৰস্ক আৰু চিৰিয়াৰ বৃহৎ অংশত আঘাত কৰিছিল। ভূমিকম্পৰ ফলত দুয়োখন দেশৰ
Read More...

৭.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীন আৰু তাজাকিস্তান…

৭.২ প্ৰাবল্যৰ ভূমিকম্পই চীন আৰু তাজাকিস্তান জোকাৰি যায়। চীনৰ নিকটতম সীমান্তৰ পৰা প্ৰায় ৮২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভয়কেন্দ্ৰটো জিনজিয়াং অঞ্চলৰ পশ্চিম অংশৰ কাশগাৰ আৰু আৰ্টুক্সত প্ৰবলভাৱে কম্পন হয়।
Read More...

৫.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে নেপালক…

চুবুৰীয়া দেশ নেপালত ৫.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ ফলত মৃদু কম্পন অনুভূত হয়। নেপালৰ ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰ (এন ই এম আৰ চি)ৰ টুইটযোগে বাজুৰা জিলাৰ বিচিয়াৰ আশে-পাশে ১৩:৪৫ বজাত (স্থানীয় সময় অনুসৰি) এই ভূমিকম্পটো
Read More...

ভূমিকম্পগ্ৰস্ত তুৰ্কীৰ স্থানীয় লোকে উদ্ধাৰকাৰী মহিলাসকলক আৱেগতে ধৰিলে সাৱটি ! ৰৈ যাব হয়তো বহু…

ভূমিকম্পত বিধ্বস্ত তুৰ্কীত কাম কৰাৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ১৫২ জন উদ্ধাৰকাৰীয়ে গা ধুবলৈ হাবাথুৰি খাই ফুৰিছিল। একেৰাহে ১০ দিন ধৰি মহিলা কৰ্মীকে ধৰি এন ডি আৰ এফৰ উদ্ধাৰকাৰীয়ে ধূলি আৰু ধ্বংসাৱশেষৰ মাজত আৰ্দ্ৰ টাৱেলেৰে গা
Read More...

তুৰস্কৰ ছিৰিয়াৰত পুনৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি আজি তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়। ভূমিকম্পৰ ফলত হোৱা কম্পন ইজৰাইলতো অনুভৱ কৰা হৈছিল।
Read More...

তুৰ্কী, ছিৰিয়াৰ পিছত ওমানত ভূমিকম্পৰ জোকাৰণি…

ওমানৰ বন্দৰ চহৰ ডুকমৰ সমীপত ৪.১ প্ৰাবল্যৰ ভূমিকম্প। এই তথ্য চুলতান কাবুছ বিশ্ববিদ্যালয়ৰ ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰ (ইএমচি)ৰ দ্বাৰা প্ৰদান কৰা হৈছে। ওমানৰ বন্দৰ চহৰ ডুকমৰ সমীপত ৪.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছে। এই তথ্য চুলতান কাবুছ
Read More...