Breaking

Browsing Tag

earthquake

তুৰ্কী, ছিৰিয়াৰ পিছত ওমানত ভূমিকম্পৰ জোকাৰণি…

ওমানৰ বন্দৰ চহৰ ডুকমৰ সমীপত ৪.১ প্ৰাবল্যৰ ভূমিকম্প। এই তথ্য চুলতান কাবুছ বিশ্ববিদ্যালয়ৰ ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰ (ইএমচি)ৰ দ্বাৰা প্ৰদান কৰা হৈছে। ওমানৰ বন্দৰ চহৰ ডুকমৰ সমীপত ৪.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছে। এই তথ্য চুলতান কাবুছ
Read More...

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাটৰা বেল্টত ৩.৬ প্ৰাবল্যৰ ভূমিকম্প…

জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাটৰা বেল্টত ৩.৬ প্ৰাবল্যৰ ভূমিকম্প।জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ কাটৰা বেল্টত শুকুৰবাৰে ৩.৬ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয়। কোনো ধৰণৰ হতাহতি বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই বৰ্তমানলৈকে। পুৱা ৫.০১ বজাত ১০
Read More...

৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে নিউজিলেণ্ডক…

নিউজিলেণ্ডত সংঘটিত হয় ৬.১ প্ৰাবল্যৰ ভূমিকম্প। ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই নিশ্চিত কৰিছে যে ১৯:৩৮:০৭ বজাত (স্থানীয় সময় অনুসৰি) কম্পন অনুভৱ কৰা হৈছে।বুধবাৰে নিউজিলেণ্ডত ৬.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ সৃষ্টি হয়।
Read More...

তুৰ্কী-ছিৰিয়াৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ। এটা ভিডিঅ’…

তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই সকলোকে জোকাৰি গৈছে। দুয়োখন দেশতে উদ্ধাৰ অভিযান চলি আছে। এনে সময়ত গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰাইও ৰাইজৰ ওচৰত সহায়ৰ বাবে আবেদন জনাইছে। শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পই সকলোকে কঁপাই তুলিছিল।
Read More...

তুৰ্কী আৰু ছিৰিয়াত ভূমিকম্পত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ২৮ হেজাৰলৈ বৃদ্ধি

তুৰ্কী আৰু ছিৰিয়াত মৃত্যুৰ সংখ্যা ২৮ হেজাৰলৈ বৃদ্ধি। এতিয়াও উদ্ধাৰৰ কাম অব্যাহত আছে। হয়তো আৰু মৃতকৰ সংখ্যাৰ বঢ়াৰ সম্ভাৱনা। ছিৰিয়াত মৃত্যুৰ সংখ্যা ৩৫৫৩
Read More...

কিছুমান জীৱ-জন্তুয়ে প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়াকৈ অনুভৱ কৰে! কেনে সংকেতৰ জৰিয়তে মানুহক সতৰ্ক…

কিছুমান বিশেষ প্ৰাণী আৰু চৰাইয়ে ভূমিকম্পৰ বিষয়ে আগতীয়াকৈ জানিব পাৰে নেকি? যদি হয় তেন্তে এনে জীৱ কোনবোৰ আৰু কেনেকৈ মানুহক সংকেত দিবলৈ আৰম্ভ কৰে। তুৰ্কী আৰু ছিৰিয়াত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত মৃত্যুৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে।
Read More...

তুৰ্কীলৈ ৰাওনা ভাৰতৰ তৃতীয়টো অনুসন্ধানকাৰী দল…

তুৰ্কীলৈ ৰাওনা ভাৰতৰ তৃতীয়টো অনুসন্ধানকাৰী দল। ভূমিকম্পত আঘাতপ্ৰাপ্ত সকলৰ উদ্ধাৰৰ উদেশ্যৰে তুৰস্কলৈ ৰাওনা হয় NDRF বাহিনী। ভাৰতীয় বায়ুসেনাৰ C17 গ্ল’বমাষ্টাৰ বিমানখনে তুৰস্ক অভিমুখে ৰাওনা হৈ গাজিয়াবাদৰ হিন্দন বিমানবন্দৰত দলটোক সাক্ষাৎ
Read More...

তুৰ্কী আৰু ছিৰিয়াৰ ভূমিকম্পত মৃতকৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি…

তুৰ্কী বিষয়াসকলে জনোৱা মতে, প্ৰায় ৪৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অঞ্চলত প্ৰায় ১ কোটি ৩৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে তালাচী অভিযানৰ চতুৰ্থ দিনা ধ্বংসাৱশেষত উদ্ধাৰ হয় মৃতদেহ। লাখ লাখ লোক আহত হোৱাৰ সন্দেহ। বুধবাৰে ৰাষ্ট্ৰপতি টাইপ এৰদোগানে কয় যে
Read More...

তুৰ্কীত আধুনিক মডেলেৰে নিৰ্মিত অট্টালিকাসমূহো সম্পূৰ্ণ ৰুপে ভাঙি পেলালে ভূমিকম্পই, ইয়াৰ কাৰণ কি?

তুৰ্কী চৰকাৰৰ মতে এই ধ্বংসলীলাত ৩৪৫০ৰো অধিক অট্টালিকা ধ্বংস হয়। ইয়াৰে বহুতো আছিল আধুনিক অট্টালিকা, যিবোৰ গঠনৰ ‘পেনকেক মডেল’ৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও এই আৰ্হি ভূমিকম্পৰ সন্মুখত অসফল বুলি প্ৰমাণিত হৈছিল। কিয় এনে হ'ল -
Read More...

ধ্বংসাত্মক অট্টালিকাৰ তলৰ পৰা উদ্ধাৰ এটি নৱজাতক। কথমপি প্ৰাণ ৰক্ষা শিশুটিৰ…

ছিৰিয়াৰ এখন চহৰৰ ভাঙি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত উদ্ধাৰ এটি কেঁচুৱা। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত এজন লোকে কেঁচুৱাটোক উদ্ধাৰ কৰা দেখা গৈছে।ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলা আৰু গণ মৃত্যুৰ কাহিনীয়ে সমগ্ৰ বিশ্বতে মানুহক
Read More...