Breaking

তুৰ্কী, ছিৰিয়াৰ পিছত ওমানত ভূমিকম্পৰ জোকাৰণি…

0 90

ওমানৰ বন্দৰ চহৰ ডুকমৰ সমীপত ৪.১ প্ৰাবল্যৰ ভূমিকম্প। এই তথ্য চুলতান কাবুছ বিশ্ববিদ্যালয়ৰ ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰ (ইএমচি)ৰ দ্বাৰা প্ৰদান কৰা হৈছে। ওমানৰ বন্দৰ চহৰ ডুকমৰ সমীপত ৪.১ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছে। এই তথ্য চুলতান কাবুছ বিশ্ববিদ্যালয়ৰ ভূমিকম্প নিৰীক্ষণ কেন্দ্ৰ (ইএমচি)য়ে দিছে।

কেন্দ্ৰটোৱে এক টুইটযোগে জনোৱা মতে, আৰব সাগৰত পৰা ডুকমৰ ওচৰতে সংঘটিত হোৱা এই ভূমিকম্পটো স্থানীয় সময় অনুসৰি পুৱা ৭:৫৫ বজাত ধৰা পৰে। ইএমচিয়ে জনোৱা মতে, অঞ্চলটোত কম্পনৰ তীব্ৰতা মৃদু হোৱাৰ বাবে কোনো ধৰণৰ ক্ষতি হোৱাৰ আশংকা নাই।

Leave A Reply