ক’ভিড নীতি -নিৰ্দেশনা পালন কৰি মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোলাঘাটত সদৌ অসম ছাত্র সন্থাই ৰূপায়ণ কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নগৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসমকে ধৰি গোলাঘাটতো নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে ।তেনেক্ষেত্ৰত অতি শীঘ্ৰে চৰকাৰক অত্যাৱশ্যকীয় বয়-বস্তু সমূহৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী ছাত্র সন্থাৰ ।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক উপহাৰ দিলে এটি শাক-পাচলিৰ টোপোলা
- সলনি হ’ব টুইটাৰৰ নিয়ম ! টুইটাৰত নোৱাৰিব ট্ৰ’ল কৰিব…
- উৰ্ফিক নকল কৰিছে নেকি মালাইকা আৰোৰাই! ভনীয়েকৰ জন্মদিনৰ পাৰ্টিত কি পিন্ধিলে অভিনেত্ৰী গৰাকীয়ে
- উচ্চ শিক্ষাৰ পৰিমাপত বহু পিছ পৰি আছে অসম
- লোকসভাত অৰ্থনৈতিক সমীক্ষা দাখিল কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
- ধৰ্মগুৰু আশাৰাম বাপুক ধৰ্ষণৰ গোচৰত যাবজ্জীৱন কাৰাদণ্ড
- বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ। ২০৪৭ চনৰ ভিতৰত গঢ়লৈ উঠিব এখন আধুনিক ভাৰতে
- ‘প্যায়াৰ উইথ ডিজে মহব্বত’ ছবি প্ৰদৰ্শনত পাপাৰাজীক আওকাণ কৰিলে আৰিয়ান খানে! অনুৰাগীৰ মন্তব্য – ‘কিয় ইমান অহংকাৰ’।
- ‘পিএম কেয়াৰ ফাণ্ড ৰাজহুৱা কৰ্তৃপক্ষ নহয়’ আদালতক জনালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে
- নৃশংসঃ লাঠীৰে মৰিয়াই মৰিয়াই যুৱকে হত্যা কৰিলে পোহনীয়া কুকুৰক, গোচৰ ৰুজু