Breaking

৭.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল চীন আৰু তাজাকিস্তান…

0 61

৭.২ প্ৰাবল্যৰ ভূমিকম্পই চীন আৰু তাজাকিস্তান জোকাৰি যায়। চীনৰ নিকটতম সীমান্তৰ পৰা প্ৰায় ৮২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভয়কেন্দ্ৰটো জিনজিয়াং অঞ্চলৰ পশ্চিম অংশৰ কাশগাৰ আৰু আৰ্টুক্সত প্ৰবলভাৱে কম্পন হয়।


পুৱা ৮:৩৭ বজাত তাজাকিস্তানত ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্প হয়। (০০৩৭ জিএমটি), ১০ কিলোমিটাৰ (৬ মাইল) গভীৰতাত এই কম্পন হয় বুলি চীনৰ চৰকাৰী টেলিভিছনৰ চিচিটিভিত প্ৰকাশ পাইছে। চিচিটিভিৰ বাতৰি অনুসৰি চীনৰ সৈতে নিকটতম সীমান্তৰ পৰা প্ৰায় ৮২ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই ভয়কেন্দ্ৰটো জিনজিয়াং অঞ্চলৰ পশ্চিম অংশৰ কাশগাৰ আৰু আৰ্টুক্সত প্ৰবলভাৱে কম্পন হৈছিল।


Leave A Reply