Tag: ENTERTAINMENT NEWS

Browse our exclusive articles!

Alia Bhatt: বিয়াৰ গোলাপী ৰঙৰ লেহেংগা দীপাৱলী অনুষ্ঠানত পিন্ধিলে অভিনেত্ৰী আলিয়া ভাটে

পুৰণি কাপোৰ পিন্ধি বাৰে বাৰে আলিয়াক কিয় দেখা যায়? অনুৰাগীৰ মনত তেনে এক প্ৰশ্ন! আলিয়া ভাটক বিয়াৰ মেহেন্দী গোলাপী ৰঙৰ লেহেংগা পিন্ধা দেখা গ'ল দীপাৱলী অনুষ্ঠানত।(Alia Bhatt)

katrina kaif have diabetes: মধুমেহ ৰোগৰ বলি অভিনেত্ৰী কেটৰিনা কাইফ!

মুম্বাইৰ কলিনা বিমানবন্দৰত দেখা গৈছিল অভিনেত্ৰী কেটৰিনা কাইফক,পৰম্পৰাগত সাজ-পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল কেটৰিনাই।(katrina kaif have diabetes)

Assamese Film Abhimanyu: জ্যোতি চিত্ৰবনত ‘অভিমন্যু’ৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ্ছ মুকলি

দীপলিনা ডেকা, কমললোচন, উৰ্মিলা মহন্ত, দেৱজিৎ মজুমদাৰ, ৰাজীৱ গোস্বামী, ভগৱত প্ৰীতম, জ্বলী লস্কৰকে ধৰি বিভিন্ন শিল্পীয়ে অভিনয় কৰিছে অভিমন্যুত।(Assamese Film Abhimanyu)

Mithun Chakraborty: যশস্বী অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদা চাহেব ফাল্কে বঁটা

মিথুন চক্ৰৱৰ্তীক দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব। ভাৰতীয় চিনেমালৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে এই সন্মান লাভ কৰিব মিথুন চক্ৰৱৰ্তীয়ে।(Mithun Chakraborty)

Prastuti Porasor Abahan Theatre 2024-25: মই হেনো প্রেমতে পৰিছোঁ, “কলিজা নহয় মেডাম কলিজা”; মেডাম মেনকাৰ যাদু

বর্তমান সমমত য়ে নাৰী শক্তিশালি হৈ উঠিছে ইয়াৰ উপৰিও বর্তমান সমাজ ব্যৱস্থাত ঘটি থকা বাস্তৱ ছবি কিছুমান দেখা পাব দৰ্শকে 'মেডাম মেনকা'ত।(Prostuti Porasor Abahan Theatre 2024-25)

Popular

Nitin Gadkari: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ’ৰলেন দাবী সমিতিৰ

Nitin Gadkari: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ দপ্তৰৰ কেবিনেট মন্ত্ৰীক সাক্ষাৎ কলিয়াবৰৰ ফ'ৰলেন দাবী সমিতিৰ

Rahul Gandhi: জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Rahul Gandhi: জাৰ্মানীৰ BMW প্লাণ্ট আৰু BMW ৱেল্ট পৰিদৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Narendra Modi: ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Narendra Modi: ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নামৰূপত সাৰ কাৰখানাৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিব।

Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ

Guwahati News: গুৱাহাটীৰ মহানগৰীক লৈ Smart City Limitedৰ নতুন পদক্ষেপ। যুৱতী-মহিলালৈ কুদৃষ্টি দিলেই পৰিব বিপদত।

Subscribe

spot_imgspot_img