Tag: guwahati

Browse our exclusive articles!

Crime News: মাতৃ দিৱসৰ দিনাই নিষ্ঠুৰ মাতৃয়ে প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজ পুত্ৰক

মাতৃ দিৱসৰ দিনাই দয়াহীন মাতৃয়ে(Crime News) প্ৰেমিকৰ সৈতে মিলি হত্যা কৰিলে নিজৰ পুত্ৰক। ১১ মে' দেওবাৰে আছিল মাতৃ দিৱস।

Artificial Floods: পুনৰ কৃত্ৰিম বানৰ সন্মুখীন মহানগৰবাসী

প্ৰচণ্ড বৰষুণৰ পিছতেই মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি।(Artificial Floods)পুনৰ কৃত্ৰিম বানৰ বাবে বিপদত পৰিছে মহানগৰবাসী।গুৱাহাটী মহানগৰীত পুৱাই বতাহ-বৰষুণৰ সৃষ্টি হয়।

Multimedia Exhibition: কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মাল্টিমিডিয়া প্ৰদৰ্শনী

দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ  কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কামৰূপ (গ্ৰাম্য)ৰ দদৰাত ২৪ তাৰিখৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীৰ (Multimedia Exhibition) আয়োজন কৰা হৈছে।

গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ! মহানগৰ আৰক্ষীৰ গুলীত মৃত্যু কুখ্যাত চিলনী চোৰৰ । Guwahati

গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ! মহানগৰ আৰক্ষীৰ গুলীত মৃত্যু কুখ্যাত চিলনী চোৰৰ । Guwahati

Weather: বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

Weather: বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

Popular

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত অসম ভলীবল সন্থাৰ সৌজন্যত ৰাজকুমাৰ লংকেশ্বৰ গোঁহাই ভলীবল কাপ ২০২৫ ।

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

জুবিন গাৰ্গ হত্যাকাণ্ড : চাৰ্জশ্বীটত সংযোজন হোৱা BNS 105 ধাৰা কি? কি শাস্তি হ’ব পাৰে দোষীৰ?

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

তেজপুৰত পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰখাৰ অভিযোগত অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়াক আটক

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল : দোষীক কঠোৰ শাস্তিৰ দাবী পত্নী গৰিমা শইকীয়া গাৰ্গৰ

Subscribe

spot_imgspot_img