Breaking

Browsing Tag

guwahati

বৰষুণ গলে জাপি, চোৰ গলে বুদ্ধি জিএমডিএৰঃ দিলীপ শৰ্মা…

সময় থাকোতে নলা পৰিস্কাৰ নকৰাৰ পৰিণতি কৃত্ৰিম বান ক’ত গ’ল ২৬ কোটি টকীয়া অত্যাধুনিক ছুপাৰ-ছাকাৰ ৰাজ্য চৰকাৰ অ-ব্যাৱস্থাপনাৰ বাবে বাৰে বাৰে কৃত্ৰিম বানত মহানগৰবাসীয়ে জ্বলা কলা খাবলগীয়া হৈছে। সময় থাকোতে নলা-নৰ্দমা সমূহ পৰিস্কাৰ নকৰাৰ ফলত
Read More...

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন গুৱাহাটী বিশ্ববিদ্যালয় আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ অধীনত বর্তমান নামভর্তি প্রক্রিয়া চলি আছে। নামভৰ্তিৰ অন্তিম তাৰিখ হল ৩০ ছেপ্টেম্বৰ ।
Read More...

ৰাখী পূৰ্ণিমাৰ দিনটোত গুৱাহাটীবাসীক চৰকাৰৰ উপহাৰ। মুকলি হ’ব মালিগাওঁৰ উৰণ সেঁতু…

মই ৰোমাঞ্চিত হৈ পৰিছো। অতি আনন্দৰ কথা যে ৰাখী পূৰ্ণিমাৰ দিনটোত মুকলি হ'ব মালিগাওঁৰ উৰণ সেঁতুখন। এই ভাষ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। ৩০ আগষ্টত ৰাখী পূৰ্ণিমা। সেই দিনটোতেই ভনীয়েকে ককায়েকক ৰাখী পিন্ধাই দীৰ্ঘায়ু কামনা কৰাৰ লগতে
Read More...

২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত এই হত্যাকাণ্ড…

তৰোৱালেৰে ঘপিয়াই যুৱকক হত্যা,মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। ২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ'ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড,সাত লাখ টকা মুক্তিপণ দাবী। গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ ঘটনা । মহানগৰীৰ বোন্দা আমচিং
Read More...

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম তৃণমূল কংগ্ৰেছৰ…

আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ ওপৰত
Read More...

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এক অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন…

গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত প্ৰেছ ক্লাবৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত সাঁতোৰবিদগৰাকীয়ে অলপতে ইংলিছ চেনেল
Read More...

মহানগৰ শৰণীয়া কছাৰী সমাজৰ উদ্যোগত ৩২ ছাত্ৰ-ছাত্ৰীক অভিনন্দন…

গুৱাহাটী মহানগৰ শৰণীয়া কছাৰী সমাজৰ উদ্যোগত অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ ভৱনত এক বিশেষ অভিনন্দন অনুষ্ঠান অলপতে অনুষ্ঠিত হয়। ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চ মাধ্যমিক পৰিক্ষাত উত্তিৰ্ণ হোৱা আৰু বিভিন্ন পৰ্যায়ত শিক্ষা গ্ৰহন কৰি থকা
Read More...