Tag: guwahati

Browse our exclusive articles!

Patanjali: পতঞ্জলি ৱেলনেছ কেন্দ্ৰই গুৱাহাটীত মুকলি কৰে সংযুক্ত সামগ্ৰিক স্বাস্থ্যসেৱা। স্বামী ৰামদেৱৰ উপস্থিতিত ৰিণিকি ভূঞা শৰ্মাই উদ্বোধন কৰে কেন্দ্ৰটো

পৰম পূজ্য যোগ ঋষি স্বামী ৰামদেৱ জী মহাৰাজ আৰু পৰম পূজ্য আয়ুৰ্বেদ শিৰোমণি আচাৰ্য বালকৃষ্ণ জী মহাৰাজৰ নিৰ্দেশনাত, পতঞ্জলি ৱেলনেছ গুৱাহাটীয়ে যোগ, আয়ুৰ্বেদ, পঞ্চকৰ্ম, শতকৰ্ম, লিচ থেৰপী, আকুপাংচাৰ আৰু প্ৰাকৃতিক ৰোগৰ চিকিৎসাকে ধৰি বিভিন্ন ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াব।(Patanjali)

wrestling competition: ১৮-২০ অক্টোবৰত গুৱাহাটীত আন্তঃজিলা মল্লযুঁজ প্ৰতিযোগিতা

অসম মল্লযুঁজ সন্থাৰ এখন কাৰ্যনিৰ্বাসক সভা আজি গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হয়৷ (wrestling competition)

Institute for Persons with Disabilities: ইনষ্টিটিউট ফৰ পাৰচনচ উইথ ডিছেবিলিটিছৰ নবাগত আদৰণি সভা সম্পন্ন

সবলীকৰণৰ বাবে কাম কৰি অহা পূৰ্ব্বোত্তৰ ইনষ্টিটিউট ফৰ পাৰচনচ্ উইথ্ ডিছেবিলিটিছৰ নৱাগত আদৰণি সভাখ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফণিধৰ দত্ত প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।(Institute for Persons with Disabilities)

National Arogya Mela: সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা

ডিচেম্বৰ মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা।(National Arogya Mela)

Fitness Center: গুৱাহাটীত মুকলি প্রথমটো পূর্ণাংগ ফিটনেছ কেন্দ্র ‘দ্য ফিট ফর্মুলা’

গুৱাহাটীত মুকলি প্রথমটো পূর্ণাংগ ফিটনেছ কেন্দ্র। 'দ্য ফিট ফর্মুলা'সকলোৰে বাবে ফিটনেছৰ সংস্কৃতি গঢ়ি তোলাৰ এক প্রচেষ্টা। বিশ্বমানৰ ফিটনেছ আৰু জীৱনশৈলীৰ সেৱা আগবঢ়োৱা বিশদ সুবিধাৰে নির্মাণ এই ফিটনেছ কেন্দ্র। (Fitness Center)

Popular

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

ব্ৰহ্মপুত্ৰত চীনৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকৰ কোনো তাৎক্ষণিক কাৰণ নাই: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । Brahmaputra

Zodiac Signs: ৩ ৰাশিৰ মানুহক বুজিবলৈ টান! তেওঁলোক শান্ত, মনৰ অনুভৱ কাৰো সৈতে নকৰে প্ৰকাশ!

জ্যোতিষৰ মতে (Zodiac Signs) এজন ব্যক্তিৰ ৰাশিয়ে তেওঁৰ স্বভাৱৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। বিভিন্ন ৰাশিৰ মানুহৰ স্বভাৱ বেলেগ হয়।

Shrinkhal Chaliha: দেশৰ মানুহে গঢ়ি-পিটি ল’ব জানে হেংদাং, ঢাল-তৰোৱালঃ শৃংখল চলিহা

বাংলাদেশীক উচ্ছেদৰ ক্ষেত্ৰত "দেশৰ মানুহে গঢ়ি-পিটি ল'ব জানে হেংদাং, ঢাল-তৰোৱাল" বুলি মন্তব্য শৃংখল চলিহাৰ।

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Sawan 2025: শাওণৰ উপবাসৰ সময়ত কিছু সোৱাদযুক্ত আৰু লঘু খাদ্য খাব বিচাৰিলে এই সমূহ খাব পাৰে!

Subscribe

spot_imgspot_img