Tag: guwahati

Browse our exclusive articles!

Multimedia Exhibition: কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত মাল্টিমিডিয়া প্ৰদৰ্শনী

দৈনন্দিন বাৰ্তা, ২৫ মাৰ্চঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ  কেন্দ্ৰীয় যোগাযোগ ব্যুৰো (চিবিচি)ৰ গুৱাহাটীৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত কামৰূপ (গ্ৰাম্য)ৰ দদৰাত ২৪ তাৰিখৰ পৰা ২৬ মাৰ্চলৈ তিনিদিনীয়া মাল্টিমিডিয়া প্ৰদৰ্শনীৰ (Multimedia Exhibition) আয়োজন কৰা হৈছে।

গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ! মহানগৰ আৰক্ষীৰ গুলীত মৃত্যু কুখ্যাত চিলনী চোৰৰ । Guwahati

গুৱাহাটীত আৰক্ষীৰ এনকাউণ্টাৰ! মহানগৰ আৰক্ষীৰ গুলীত মৃত্যু কুখ্যাত চিলনী চোৰৰ । Guwahati

Weather: বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

Weather: বৃদ্ধি পাব শীতৰ প্ৰকোপ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবতৰীয়া বৰষুণ…

Chinaki Prokritir Asinaki Sadhu:গ্ৰন্থমেলাত মানস প্ৰতিম দত্তৰ ‘চিনাকি প্ৰকৃতিৰ অচিনাকি সাধু’

এতিয়া গ্ৰন্থৰ বতৰ। চৌপাশে কেৱল নতুন কিতাপৰ বতৰা।(Chinaki Prokritir Asinaki Sadhu) এই গ্ৰন্থৰ বতৰতে এখন নতুন শিশু-কিশোৰ উপযোগী পৰিৱেশ বিষয়ক গ্ৰন্থই পাঠকসমাজৰ দৃষ্টি আকৰ্ষণ কৰিবকৈ সক্ষম হৈছে।

Assam Book Fair:উৎসাহ-উদ্দীপনাৰে গুৱাহাটীত অসম গ্ৰন্থমেলা আৰম্ভ

“অসমীয়া ভাষাৰ যে এক স্বকীয় ইতিহাস আছে, এই ভাষা যে অতি সু-প্ৰাচীন এই কথা প্ৰতিপন্ন কৰিলে ধ্ৰুপদী স্বীকৃতিয়ে৷(Assam Book Fair) মহাৰাজা পৃথু, কুমাৰ ভাস্কৰ বৰ্মনৰ প্ৰাচীন কামৰূপৰ ইতিহাসেৰে অসমীয়া ভাষা সমৃদ্ধ৷ কিন্তু কামৰূপ যেন কিছু পৰিমাণে ইতিহাস বিচাৰৰ দিশৰ পৰা বঞ্চিত হৈ আছিল৷

Popular

ঢকুৱাখনাত প্ৰয়াত ছাত্ৰ নেতা গৌৰৱ গগৈৰ সোঁৱৰণত নৱম ‘গৌৰৱৰ দিন’ উদযাপনঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ যুটীয়া উদ্যোগত

ঢকুৱাখনাত প্ৰয়াত ছাত্ৰ নেতা গৌৰৱ গগৈৰ সোঁৱৰণত নৱম 'গৌৰৱৰ দিন' উদযাপনঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰাক্তন শিক্ষাৰ্থী সংস্থাৰ যুটীয়া উদ্যোগত

কুৱেইটত পালন জুবিন দিৱসঃ জুবিন গাৰ্গক আমন্ত্ৰণৰ উদ্দেশ্যেই কুৱেইটত গঠন হৈছিল অসম সংঘ

কুৱেইটত পালন জুবিন দিৱসঃ জুবিন গাৰ্গক আমন্ত্ৰণৰ উদ্দেশ্যেই কুৱেইটত গঠন হৈছিল অসম সংঘ

জাতীয় কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

জাতীয় কবি আনিছ উজ জামানৰ পৰলোকগমনত অসম সাহিত্য সভাৰ শোক প্ৰকাশ

মুকালমুৱা আৰক্ষীৰ জালত নকল পিষ্টলসহ ৪ ডকাইতঃ ফ্লিপকাৰ্টৰ বাহন ৰখাই পুতলা পিষ্টল দেখুৱাই লুটিছিল সামগ্ৰী

মুকালমুৱা আৰক্ষীৰ জালত নকল পিষ্টলসহ ৪ ডকাইতঃ ফ্লিপকাৰ্টৰ বাহন ৰখাই পুতলা পিষ্টল দেখুৱাই লুটিছিল সামগ্ৰী

Subscribe

spot_imgspot_img