Breaking

Browsing Tag

guwahati

অবিনাশক হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ…

অবিনাশক হেৰুৱাই কান্দোনত ভাগি পৰিছে পিতৃ-মাতৃ। উৱলি যোৱা মৃতদেহ চাই কান্দোনত ভাগি পৰিছে মাতৃ। প্ৰায় তিনিদিনৰ মূৰত ৰাজগড়ৰ নলাত উদ্ধাৰ হ'ল অবিনাশ সৰকাৰৰ মৃতদেহ৷ পিতৃ-মাতৃয়ে চিনাক্ত কৰে পুত্ৰ অবিনাশৰ মৃতদেহ৷ উৱলি যোৱা অৱস্থাত নলাত উদ্ধাৰ
Read More...

হৃদয়বিদাৰক দৃশ্য! কান্দি কান্দি পিতৃয়ে নলাত বিছাৰি ফুৰিছে পুত্ৰক…

গুৱাহাটী মহানগৰীৰ উন্মুক্ত নলা-নৰ্দমা পানীৰে একাকাৰ হৈ পৰিছে ৰাস্তাৰ সৈতে। চানমাৰিৰ জ্যোতিনগৰৰ গণেশ মন্দিৰৰ সমীপত পিতৃৰ স্কুটিৰ পৰা নলাত পৰি পাহাৰৰ পৰা বৈ অহা পানীৰ সোঁতত উটি যায় অবিনাশ নামৰ এটি শিশু। অসহায় পিতৃয়ে নলা নৰ্দমাত
Read More...

পাণ্ডুৰ বান পৰিস্থিতিৰ সামান্য উন্নতি; তিনিদিনে আশ্ৰয় শিবিৰত আছে দুই শতাধিক লোক…

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীৰ জালুকবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৃহত্তৰ পাণ্ডু অঞ্চলৰ ঠাই বিশেষে বিগত তিনিদিন ধৰি বানপানীয়ে জনজীৱন ব্যাহত কৰিছিল। আনকি ব্ৰহ্মপুত্ৰৰ পানী সোমবাৰে গুৱাহাটীত বিপদসীমা অতিক্ৰম কৰাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী
Read More...

গুৱাহাটীত আছাম ষ্টেট মনচুন ফ’ৰামৰ কাৰ্যসূচী…

গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত শুক্ৰবাৰে "আছাম ষ্টেট মনচুন ফ'ৰাম"ৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জলবায়ু সম্পৰ্কীয় তথ্যৰ ব্যৱহাৰ অধিক ফলপ্ৰসূ কৰি তুলি সুপৰিকল্পিত ব্যৱস্থা সৃষ্টিৰ সন্দৰ্ভত এই কাৰ্যসূচীত
Read More...

সত্ৰীয়া নৃত্যত আৰাধ্যা বি উমালৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ বৃত্তি…

গুৱাহাটী, ৫জুলাইঃ মহানগৰীৰ বেলতলাৰ মনি কাঞ্চন কলা মঞ্জুৰীৰ ছাত্রী আৰাধ্যা বি উমাই সত্ৰীয়া নৃত্যৰ শিতানত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ অধীনত চলিত বৰ্ষৰ চি চি আৰ টি সাংস্কৃতিক প্রতিভা সন্ধানী বৃত্তি লাভ কৰিছে।
Read More...

চাণক্য আইএএছ একাডেমীৰ লোকসেৱা সেৱা পৰীক্ষাৰ বিনামূলীয়া কৰ্মশালা..

গুৱাহাটী,৪ জুলাই : চাণক্য আই এ এছ একাডেমী, গুৱাহাটী কেন্দ্ৰই ২৭ জুলাইত দুপৰীয়া ২ বজাত শিলপুখুৰী কেন্দ্ৰত প্ৰাৰ্থীসকলৰ বাবে ইউ পি এছ চি/ এ পি এছ চি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি কৌশলৰ ওপৰত এখন বিনামূলীয়া কৰ্মশালা
Read More...

কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান ৰমেন বৰঠাকুৰৰ

গুৱাহাটী, ৩ জুলাই: : দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ সৈতে জড়িত হৈ দলটোক নেতৃত্ব প্ৰদান কৰা ৰমেন বৰঠাকুৰে অৱশেষত কংগ্ৰেছ ত্যাগ কৰি আম আদমী পাৰ্টিত যোগদান কৰিলে। আজি নতুন দিল্লীত আপৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ ৰাষ্ট্ৰীয়
Read More...

নতুন ফৌজদাৰী আইনে সাধাৰণ নাগৰিকক বহু সকাহ দিব : আৰক্ষী আয়ুক্ত দিগন্ত বৰা

গুৱাহাটী , ৩ জুলাই : দেশৰ আন ৰাজ্যৰ লগতে অসমতো পহিলা জুলাইৰ পৰা কাৰ্যকৰী হৈছে নতুনকৈ বলবৎ হোৱা 'নতুন অপৰাধ আইন ২০২৩' । আনহাতে এই নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীৰ জালুকবাৰী থানা আৰু পাণ্ডু নদী আৰক্ষীৰ যৌথ উদ্যোগত
Read More...

জালুকবাৰীত ড্ৰাগছসহ আটক ১

গুৱাহাটী, ৩ জুলাই : মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গোপন সূত্ৰৰ পম খেদি উত্তৰ জালুকবাৰীত অভিযান চলাই ড্ৰাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে । ধৃত সৰবৰাহকাৰীটোক গুৱাহাটীৰ জালুকবাৰী আৰক্ষী চকীৰ অন্তৰ্গত লংকেশ্বৰ নম: সুদ্ৰপাৰাৰ কমল দাস (৩১) বুলি
Read More...

বিভিন্ন দাবীৰ সমৰ্থনত মালিগাঁওত ৰেলকৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী

গুৱাহাটী,৩ জুলাই : এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ নিৰ্মাণ শাখাৰ উদ্যোগত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাওঁস্থিত নিৰ্মাণ বিভাগৰ মহা প্ৰবন্ধকৰ কাৰ্যালয় চৌহদত এক বিশেষ প্ৰতিবাদী কাৰ্যসূচী পালন কৰা হয় । আনহাতে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা
Read More...