বিদ্যালয়সমূহলৈ বিশেষ নির্দেশনাঃ ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয়

বিদ্যালয়সমূহলৈ বিশেষ নিৰ্দেশনা।

ইউনিৰ্ফম পিন্ধাৰ ক্ষেত্ৰত নিয়ম শিথিল।

ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয়।

বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীয়ে পিন্ধি আহিব পাৰিব মাৰ্জিত পোছাক।

ৰাজ্যত উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত।

আজিৰ পৰা ছেপ্টেম্বৰ মাহলৈ চৰকাৰী-বেচৰকাৰী সকলো বিদ্যালয়তে ছাত্ৰ-ছাত্ৰীয়ে ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয়।

অৱশ্যে বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি গৰমৰ বন্ধৰ পিছত বিদ্যালয় প্ৰধানসকলে ল’ব পাৰিব নিজাববীয়াকৈ সিদ্ধান্ত।

কামৰূপ জিলাৰ চৰকাৰী-বেচৰকাৰী বিদ্যালয়লৈ এই নিৰ্দেশনা।

কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে নিৰ্দেশনা।

উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলক সকাহ প্ৰদান কামৰূপ জিলা বিদ্যালয় পৰিদৰ্শক তপন কলিতাৰ।

Related Articles