Tag: hindu

Browse our exclusive articles!

আজি ৰাখী পূৰ্ণিমাঃ ৰাখী বন্ধনৰ পূৰ্ণিমা তিথি আজি পুৱা ১০.৪৮ বজাৰ পৰা আৰম্ভ হৈ ৩১ আগষ্ট পুৱা ৭.০৬ বজালৈ চলি থাকিব…

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি...

ধন-সম্পত্তি আৰু সমৃদ্ধি পাবলৈ এই শংখ খোলাটো ঘৰতে ৰাখক, দেৱী মা লক্ষ্মীৰ আশীৰ্বাদ পাব…

দক্ষিণাৱৰ্তী শংকঃ দেৱী লক্ষ্মী বাস কৰা ঘৰত, ধন-শস্যৰ কোনো অভাৱ কেতিয়াও নহয়। কিছুমান বস্তু মা লক্ষ্মীৰ বৰ মৰমৰ, ঘৰত ৰাখিলে কৃপা ৰাখে। হিন্দু ধৰ্মত...

বিশ্বনাথৰ ৰাসৰ স্থলীত বিষ্ণু আৰু লক্ষ্মীৰ চৰিত্ৰত দেখা যাব বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু তেওঁৰ পত্নীক…

বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু তেখেতৰ পত্নী ব্যস্ত ৰাসৰ আখৰাত ৷ অহা ১৮ আৰু ১৯ নৱেম্বৰত চতিয়া ৰেলগেট সাৰ্বজনীন ৰাসমহোৎসৱত বিষ্ণু আৰু লক্ষ্মীৰ চৰিত্ৰত...

ধনতেৰছত মালক্ষ্মীক সন্তুষ্ট কৰিবলৈ কি কি কৰিব লাগে আৰু নালাগে জানো আহক…

 * ধনতেৰছৰ দিনা আপোনাৰ ঘৰৰ মূল দুৱাৰত আৰু উত্তৰ দিশটো লেতেৰা কৰি নাৰাখিব। মূল দুৱাৰৰে মালক্ষ্মী আগমন হয় আৰু উত্তৰ দিশটোক ধন কুবেৰৰ দিশ...

পাকিস্তানত‌ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ৫০ জন হিন্দুয়ে ভাৰতৰ যোধপুৰত প্ৰৱেশ কৰিলে বিনা অনুমতিত…

পাকিস্তানত বাস কৰা হিন্দুসকলৰ ধৰ্মীয় অত্যাচাৰৰ বাবে বিচলিত হৈ তেওঁলোকে নিজৰ ঘৰ, ঘৰ, ব্যৱসায় এৰি নিজৰ জীৱন ৰক্ষা কৰিবলৈ ধৰ্মীয় ভিছাত ভাৰতত উপস্থিত হয়। চুবুৰীয়া...

Popular

RSS chief Mohan Bhagwat। সমাজৰ সকলো বৰ্গ আৰু ব্যক্তি কুটুম্ব মিত্ৰতা হ’ব লাগিব- ডা: মোহন ভাগৱত

RSS chief Mohan Bhagwat। সমাজ সুস্থ আৰু সবল স্থিতিৰ প্রথম চৰ্তই হল সামাজিক সমৰসতা তথা সমাজৰ বিভিন্ন স্তৰৰ পৰম্পৰ সদ্ভাৱ। কিছুমান সঙ্কেট সূচক কার্য্যক্রম মাত্র কৰিলেই এই কাম সম্পন্ন নহয়। সমাজৰ সকলো বর্গ আৰু ব্যক্তি কুটুম্ব মিত্রতা হব লাগিব। এই প্রচেষ্টা আমি আটায়ে ব্যক্তিগত তথা পাৰিবাৰিক স্তৰৰ পৰা কৰিব লাগিব। পৰস্পৰ পর্ব প্রসঙ্গত সকলোৰে সহভাগিতাৰ সৈতে সম্পূর্ণ- সমাজৰ পর্ব প্রসঙ্গ হৈ পৰিব লাগে। 'সার্বজনীন ব্যবহাৰৰ ক্ষেত্রত অথবা শ্রদ্ধা স্থলীত যেনে মন্দিৰ, পানী, শ্মশান আদিত সমাজৰ সকলো বর্গকে সহভাগী হোৱাৰ বাতাবৰণৰ সৃষ্টি কৰিব লাগে। যেনেদৰে পৰিয়ালত সামর্থ্যবান জনে দূর্বল জনৰ প্রতি অধিক সুবিধা প্রদান, কেতিয়াবা কেতিয়াবা নিজক লোকচান কৰিও কৰে, তেনেদতে আপোনত্বৰ দৃষ্টিকে এনে আবশ্যকতাৰ বিবেচনা হব লাগে। এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা:মোহন ভাগৱতৰ ৷

Bomb threat on Air India flight: এয়াৰ ইণ্ডিয়াৰ মুম্বাই-নিউয়ৰ্ক বিমানক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি; ভাবুকিৰ পাছতেই বিমানখন ঘূৰোৱা হ’ল দিল্লীলৈ

বোমা বিস্ফোৰণৰ ভাবুকিৰ পৰিপেক্ষিতত মুম্বাইৰ পৰা নিউয়ৰ্কলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়াৰ AI119 নম্বৰৰ বিমানখনক সোমবাৰে পুৱাই দিল্লীলৈ ঘূৰাই অনা হয়(Bomb threat on Air India flight)।

Classical Language Status: অসমীয়া ভাষাক প্ৰদান কৰা ধ্ৰুপদী ভাষাৰ স্বীকৃতিক উদযাপনৰ উদ্দেশ্যে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহৰ আয়োজন

আগন্তুক ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈকে অসম চৰকাৰৰ উদ্যোগত উদযাপন কৰা হ'ব ভাষা গৌৰৱ সপ্তাহ(Bhasha Gaurav Saptah) ৷লগতে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতসকলকো জনোৱা হ’ব শ্ৰদ্ধা ৷অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছতে(Classical Language Status) ৰাজ্য চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে ।

Nobel Peace Prize 2024: জাপানৰ পাৰমাণৱিক অস্ত্ৰ বিৰোধী সংগঠন নিহোন হিডানকিঅ’লৈ শান্তিৰ নোবেল বঁটা

১৯৪৫ চনৰ আগষ্ট মাহৰ পাৰমাণৱিক বোমা আক্ৰমণৰ পিছত বিশ্বব্যাপী আন্দোলনৰ গঢ়ি তুলিছিল সংস্থাটোৱে(Nobel Peace Prize 2024)। সংস্থাটোৰ হেঁচাৰ বাবেই শক্তিশালী আন্তৰ্জাতিক নিয়ম গঢ়ি উঠে। পাৰমাণৱিক অস্ত্ৰৰ ব্যৱহাৰ নৈতিকভাৱে গ্ৰহণযোগ্য নহয় এই কথা এতিয়া বিশ্বই মানি লৈছে।

Subscribe

spot_imgspot_img