Breaking

Browsing Tag

Kangana Ranaut

কাশ্মীৰত তীৰ্থযাত্ৰীৰ বাছত সন্ত্ৰাসবাদীৰ আক্ৰমণ, কমেও ১০ ভক্ত নিহত! প্ৰতিক্ৰিয়া প্ৰকাশ ৰিতেশ দেশমুখ,…

কাশ্মীৰৰ ৰিয়াছি জিলাত সন্ত্ৰাসবাদীয়ে তীৰ্থযাত্ৰীৰ বাছত আক্ৰমণ চলোৱাৰ ফলত বাছ খন এটা দ’ খাবৈৱত বাগৰি পৰে। ফলত কমেও ১০ গৰাকী ভক্ত নিহত হোৱাৰ খবৰ আহিছে। এই ঘটনাত কেইবাজনো আহত হয়। বাছ খন শিৱখোডীৰ গুহা মন্দিৰলৈ গৈ আছিল।
Read More...

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কোন কোন ছুপাৰষ্টাৰ উপস্থিত থাকিব…

নৰেন্দ্ৰ মোডীয়ে আজি তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে শপত গ্ৰহণ কৰিব, য’ত বহু ডাঙৰ ডাঙৰ মুখ দেখা যাব। তাৰ ভিতৰত বলীউডৰ বহু ছুপাৰষ্টা, দক্ষিণ উদ্যোগৰো বহু লোক উপস্থিত থাকিব। যিয়ে এই মুহূৰ্তক অতি ঐতিহাসিক বুলি অভিহিত কৰিছে। বিগত
Read More...

কুলবিন্দৰ কৌৰলৈ মুকলি সমৰ্থন বিশাল দাদলানীৰ! কংগনা ৰনাৱতক চৰিয়াই শাস্তিৰ সন্মুখীন…

বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ কনিষ্টবলৰ সৈতে এক অনাকাংক্ষিত পৰিস্থিতিত সোমাই পৰে কংগনা৷ পিচত এই ঘটনা সন্দৰ্ভত এক বিবৃতিত তেওঁ নিজৰ সুৰক্ষাৰ আশ্বাস দিয়ে। ইফালে সংগীত সুৰকাৰ তথা গায়ক বিশাল দাদলানীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ
Read More...

চিৰাগক উপেক্ষা কৰি মাত নিদিয়াকৈ সন্মুখেৰে পাৰ হৈ গ’ল কংগনা ৰাণাৱট, পিছফালৰ পৰা মাত দিলে চিৰাগে

কংগনাৰ এয়া অহংকাৰ নে সঁচাকৈয়ে দেখা নাছিল চিৰাগ পাছোৱানক? মাণ্ডি সমষ্টিৰ পৰা সংসদলৈ বিজয়ী হোৱা অভিনেত্ৰী কংগনা ৰাণাৱটে আজি উপেক্ষা কৰিবলৈ ধৰিছিল নিজৰেই এসময়ৰ এগৰাকী সহঃ অভিনেতাক। তেওঁ হৈছে বৰ্তমানৰ ৰাজনীতিক চিৰাগ পাছোৱান। কংগনাই কালি
Read More...

১৩ বছৰীয়া বন্ধুত্বঃ চিনেমাত নহয় এইবাৰ সংসদত একেলগে চিৰাগ পাছৱান আৰু কংগনা ৰানাৱত…

বলীউডৰ অভিনেত্ৰী তথা সাংসদ কংগনা ৰানাউট আৰু লোক জনশক্তিৰ চিৰাগ পাছৱানৰ ভিডিঅ’ পোহৰলৈ আহিছে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে জয় লাভ কৰিছে। তেওঁ মাণ্ডীৰ পৰা কংগ্ৰেছ প্ৰাৰ্থীক ৭৪ হাজাৰ ভোটত পৰাস্ত কৰে। আনহাতে,
Read More...

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে!

চণ্ডীগড়ৰ বিমান বন্দৰত কংগনা ৰাণাৱটৰ গালত পূৰ্ণহতীয়া চৰ শোধালে চিআইএছএফৰ মহিলা জোৱানে! শেহতীয়া লোকসভা নিৰ্বাচনত মাণ্ডি লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাবে নিৰ্বাচিত হোৱা কংগনা ৰাণাৱট আৰম্ভনিৰে পৰাই চৰ্চালৈ আহিছে।বিজেপিৰ নৱনিৰ্বাচিত সাংসদগৰাকীক
Read More...

ৰাজনীতিলৈ বলিউদ কুইন, বিজয়ীৰ প্ৰমাণ পত্ৰ গ্ৰহণ কংগনা ৰানাৱটৰ…

ৰাজনীতিত নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ হিমাচল প্ৰদেশৰ মাণ্ডী আসনৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা অভিনেত্ৰী কংগনা ৰানাৱটে কংগ্ৰেছ প্ৰাৰ্থী বিক্ৰমাদিত্য সিঙক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে। বিজয়ৰ পিছত কংগনাই বিজয়ী প্ৰমাণ পত্ৰ লৈ হিমাচলবাসীক।
Read More...

নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনাৰ ঘোষণা, ক’লেঃ মই কেৱল ৰাজনীতি কৰিম…

এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী বলীউডৰ ৰাণী কংগনা ৰানাৱত। নিৰ্বাচনত জয়ী হ’লে বলীউড ত্যাগ কৰিম! কংগনা ৰানাৱতৰ ডাঙৰ ঘোষণা, ক'লে- মই কেৱল ৰাজনীতি কৰিম! হিমাচল প্ৰদেশৰ মাণ্ডীৰ পৰা বিজেপিৰ প্ৰাৰ্থী হৈছে কংগনা ৰানাৱট।
Read More...

কইনাৰ সাজত দেখিবলৈ পাব অভিনেত্ৰী কংগনা ৰানাৱতক! অভিনেত্ৰীগৰাকীৰ মাতৃয়ে ক’লে বিবাহৰ পৰিকল্পনাৰ…

শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অভিনেত্ৰী কংগনা ৰানাৱটৰ মাতৃয়ে কংগনাৰ বিবাহৰ পৰিকল্পনা প্ৰকাশ কৰে। কংগনাইও ক’লে যে তেওঁ ল’ৰাজনৰ সৈতে বেয়া হ'ব বিচাৰে। দীৰ্ঘদিন ধৰি অনুৰাগীয়ে অপেক্ষা কৰি আছিল বলীউডৰ একাংশ তাৰকাৰ বিবাহৰ বাবে। কংগনা ৰানাৱতৰ
Read More...

মোদী ভগৱান ৰামৰেই এক অংশঃ ক’লে অভিনেত্ৰী কংগনা ৰাণাৱটে…

মোদী ভগৱান ৰামৰেই এক অংশ। এই মন্তব্য কংগনা ৰাণাৱটৰ। কংগনা ৰাণাৱটে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'ভগৱান ৰামৰ অংশ' বুলি অভিহিত কৰি মোদীৰ প্ৰশংসাত গদগদ হৈ পৰিছে। কংগনা ৰাণাৱটে শেহতীয়াকৈ মাণ্ডিৰ বিভিন্ন ঠাইত এগৰাকী লোকসভা নিৰ্বাচনৰ
Read More...