Breaking

Browsing Tag

Kangana Ranaut

চেল্ফমেড নহয়! অভিনেত্ৰী কংগনা ৰানাৱতৰ সফলতাত কাৰ হাত আছে, ক’লে অভিনেত্ৰীগৰাকীয়ে…

বলীউডৰ ৰাণী কংগনা ৰানাৱটে নিজৰ সফলতাৰ কৃতিত্ব পিতৃক দিছে। কংগনাই কয় যে তেওঁৰ পিতৃয়ে সদায় বিচাৰিছিল যে তেওঁৰ সন্তানে পঢ়া-শুনা কৰক আৰু যাতে আন কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে। বলীউডৰ এগৰাকী সফল অভিনেত্ৰী কংগনা ৰানাৱত। তেওঁ এই পৰ্যন্ত চাৰিটা
Read More...

তেজসৰ ফ্লপৰ পিছত দ্বাৰকাধীশ মন্দিৰত পূজা অভিনেত্ৰী কংগনা ৰানাৱটৰ…

বলীউডৰ ৰাণী কংগনা ৰানাৱত বৰ্তমান শিৰোনামত। শেহতীয়াকৈ তেওঁৰ ছবি তেজস ছবিগৃহত মুক্তি পাইছিল। এই ছবিখনে বক্স অফিচত ফ্লপ বুলি প্ৰমাণিত হৈছে। আনকি বাজেট পূৰণ কৰাটোও তেজসৰ বাবে কঠিন হৈ পৰিছে। ইতিমধ্যে বহু চবিগৃহৰ পৰা তেজসক আঁতৰাই দিয়া হৈছে।
Read More...

১৭ বছৰত ৩৪খন ছবি আৰু মাত্ৰ ৫খন হিট, তেওঁ এগৰাাকী ছুপাৰষ্টাৰ!

কংগনা ৰানাৱতৰ বক্স অফিচৰ গ্ৰাফ ক্ৰমাগতভাৱে তললৈ নামি আহিছে। কংগনা ৰানাৱতৰ ৰিপৰ্ট কাৰ্ডত কোৱা হৈছে যে কেৱল বলীউডতহে এনে হ’ব পাৰে যে কোনোবাই ১৭ বছৰৰ কেৰিয়াৰত মাত্ৰ চাৰিখন হিট ছবি দিছে আৰু তেওঁক ছুপাৰষ্টাৰ বুলি কোৱা হয়! শুকুৰবাৰে মুক্তি
Read More...

প্ৰথম দিনাই বক্স অফিচত এক কোটি সংগ্ৰহ কংগনাৰ তেজসৰ…

২৭ অক্টোবৰত মুক্তি লাভ কৰিলে কংগনা ৰানাৱতৰ ছবি 'তেজস'। খবৰ অনুসৰি কংগনা ৰানাউটৰ ছবিখনে মুকলিৰ দিনটোত ১.২৫ কোটি টকা সংগ্ৰহ কৰিলে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি হিন্দী বজাৰত ছবিখনৰ দখল আছিল মাত্ৰ ৫.৫৭ শতাংশ। ছবিখন মুক্তি পোৱাৰ পূৰ্বে কংগনা
Read More...

বিমানবন্দৰত মিঠাই বিতৰণ কংগনাৰ, মিঠাই বিতৰণ কাৰণ জানিলে আপুনিও সুখী হ’ব…

কংগনা ৰানাৱটক মুম্বাই বিমানবন্দৰত মিঠাই বিতৰণ কৰা দেখা গৈছিল। বিমানবন্দৰত ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰসকলক তেওঁ মিঠাই বিতৰণ কৰে। কংগনা ৰানাৱত আজিকালি বহুত সুখী। ইমানেই সুখী যে শনিবাৰে নিশা তেওঁ মুম্বাইৰ ঘৰৰ পৰা উভতি আহি বিমানবন্দৰত মিঠাই
Read More...

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ…

চন্দ্ৰযান-৩ৰ সৈতে জড়িত মহিলা বিজ্ঞানীসকলক প্ৰশংসা বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতৰ। কংগনা ৰানাৱটে চন্দ্ৰযান ৩ৰ বিজ্ঞানীসকলক লৈ এটা বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে। য'ত অভিনেত্ৰীগৰাকীয়ে এই মহিলাবিজ্ঞানীসকলৰ সৰলতাৰ কথা কৈছে। সমগ্ৰ দেশে
Read More...

‘আপোনাৰ লগত কথা পাতিবলৈ ভয় লাগে’ বিমান বন্দৰত ফটোগ্ৰাফাৰে এইদৰে ক’লে অভিনেত্ৰী কংগনা…

দেওবাৰে মুম্বাই বিমানবন্দৰত দেখা গ’ল বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটক। কংগনাই বগা ৰঙৰ শাৰী পিন্ধিছিল, য’ত কংগনাক অতি গ্লেমাৰাছ দেখা গৈছিল। বিমানবন্দৰত হোৱা কথা-বতৰাৰ পিছত কংগনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত যেতিয়া এজন ফটোগ্ৰাফাৰে
Read More...

অনন্যা পাণ্ডেক এনেদৰে ঠাট্টা-মস্কৰা কৰিলে কংগনাই, ভিডিঅ’ ভাইৰেল…

বলীউডৰ ষ্টাৰ কিডছক প্ৰায়ে ঠাট্টা কৰা দেখা যায় কংগনা ৰানাৱতে। এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ এটা ভিডিঅ’ য’ত তেওঁ অনন্যা পাণ্ডেক ঠাট্টা-মস্কৰা কৰা দেখা গৈছে।কংগনা ৰানাৱত তেওঁৰ বক্তব্যক লৈ সদায় চৰ্চাত তাকে। এতিয়া
Read More...

মুখ্যমন্ত্ৰী যোগীৰ প্ৰশংসাত পঞ্চমুখ অভিনেত্ৰী কংগনা ৰানাৱট। মুখ্যমন্ত্ৰী যোগীয়ে ক’লে…

মুখ্যমন্ত্ৰী যোগীৰ প্ৰশংসাত পঞ্চমুখ কংগনা ৰানাৱট। মুখ্যমন্ত্ৰী যোগীয়ে ক'লে 'তুমি মোৰ ভনীৰ দৰে'।মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে হোৱা প্ৰথম সাক্ষাৎকাৰক স্মৰণ কৰি বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে এটা পোষ্ট শ্বেয়াৰ কৰিছে। ৰাজনীতি হওক বা
Read More...

কেৱল উৰ্ফি জাভেদে নহয়, এই সুন্দৰী সকলেও টেটু ভাল পায়, শৰীৰৰ বিশেষ অংশত আছে টেটু…

কেৱল উৰ্ফি জাভেদে নহয়, এই সুন্দৰী সকলেও টেটু খুব বহুত ভাল পায়, শৰীৰৰ এই অংশত বিশেষ টেটু কৰা আছে। টেটু কেৱল সৌন্দৰ্য্যই নহয় এজন ব্যক্তিৰ পৰিচয়ৰ দৰেই। সকলোৰে টেটু কৰাৰ উন্মাদনা থাকে আৰু ফেশ্বনৰ কথা আহিলে বলীউড আৰু টিভি উদ্যোগৰ সৌন্দৰ্য্য
Read More...