Tag: Meri Matti Mera Desh

Browse our exclusive articles!

No posts to display

Popular

Bishwanath News: বিশ্বনাথত চাইনিং গ্ৰীণ আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

বিশ্বনাথ হাইস্কুলৰ প্ৰেক্ষাগৃহত চাইনিং গ্ৰীণ(Bishwanath News)আচিয়ানা ৱেলফেয়াৰ ফাইণ্ডেচনৰ উদ্যোগত আৰু খিৰোদা আত্ম সহায়ক গোটৰ আহ্বানত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উৰ্ত্তীণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলৰ অভিনন্দন অনুষ্ঠান আয়োজন কৰা হয়।

International Menstrual Hygiene Day: দেৰগাঁৱত গোলাঘাট জিলা পানী আৰু অনাময় অভিযানৰ উদ্যোগত “আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস” উদযাপন

দেৰগাঁৱত "গোলাঘাট জিলা পানী আৰু অনাময় অভিযান"ৰ উদ্যোগত "আন্তঃৰাষ্ট্ৰীয় ঋতুস্ৰাৱৰ স্বাস্থ্যবিধি দিৱস" উদ্‌যাপন কৰা হয় ৷ (International Menstrual Hygiene Day)

Expensive Coffee: আচৰিত! একাপ কফিৰ দাম ৩১ হাজাৰ টকা, কফিৰ কাপত চুমুক দি থতমত খালে দিলজিতে !

পাঞ্জাবী শিল্পী দিলজিৎ দোসাঞ্জে(Expensive Coffee) বিশ্বৰ অন্যতম দামী কফি খোৱাৰ অভিজ্ঞতা তেওঁৰ অনুৰাগীৰ সৈতে ভাগ-বতৰা কৰিছে। সেই বিশেষ কফিটো য'তে ত'তে পোৱা নাযাব।

Nagaon News: নগাঁৱৰ বৰ্ষীয়ান কালি বাদক ভীমেশ্বৰ মুদৈ, ৰাইজে দেখা; চৰকাৰে নেদেখা চহা শিল্পীগৰাকী আজিলৈকে নুঠিল চৰকাৰী শিল্পী পেঞ্চনৰ তুলাচনীত। উপেক্ষিত বৃদ্ধ পেঞ্চনৰ পৰাও

মানুহজনৰ নাম ভীমেশ্বৰ মুদৈ।(Nagaon News)বৰ্তমান তেওঁৰ বয়স ৭৫ বছৰ। নগাঁও চহৰৰ নিকটৱৰ্তী মাহৰোল জুৰীয়াৰ মুদৈ চুবুৰি নিবাসী ভীমেশ্বৰ মুদৈ নিজ অঞ্চলত 'লোঠোকাই' বা 'কালিয়া' নামেৰেও পৰিচিত।

Subscribe

spot_imgspot_img