Tag: PAKISTAN

Browse our exclusive articles!

Pak ISI: ভাৰতত বৃহৎ কূটাঘাতৰ পৰিকল্পনা! দিল্লীত ধৰা পৰিল ISI এজেণ্ট, পাকিস্তানলৈ পলায়নৰ পূৰ্বে গ্ৰেপ্তাৰ নেপালী মূলৰ চোৰাংচোৱা

পাকিস্তানৰ চোৰাংচোৱা(Pak ISI) সংস্থা আই এছ আইয়ে ভাৰতত বৃহৎ বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পৰিকল্পনা কৰিছিল।

11 new conditions: ১১টা চৰ্ত বান্ধি দিলে আই এম এফেঃ মহা বিপদত পৰিছে পাকিস্তান

পাকিস্তানৰ অৰ্থনীতি পতনৰ পথত৷ দেশত(11 new conditions) ঋণৰ বোজা ক্ৰমে বাঢ়ি গৈছে৷ শ্বাহবাজ শ্বৰীফ চৰকাৰে সন্ত্ৰাসবাদীক সম্পূৰ্ণ উৎসাহেৰে সমৰ্থন কৰি আহিছে৷

Youtuber Jyoti Malhotra: পাকিস্তানৰ চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক

পাকিস্তানলৈ গৈছিল, ভাৰতলৈ উভতি অহাৰ পিছতো যোগাযোগত আছিল, চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ইউটিউবাৰ জ্যোতি ৰাণী মালহোত্ৰাক।(Youtuber Jyoti Malhotra)

Indus Water Treaty: নিৰ্জলা হৈ পৰিছে পাকিস্তানঃ সিন্ধু জল চুক্তিৰ বিষয়ত ভাৰতৰে আলোচনাৰ আগ্ৰহ প্ৰকাশ

পেহেলগামত পাক সন্ত্ৰাসবাদীয়ে চলোৱা আক্ৰমণৰ(Indus Water Treaty) প্ৰতিশোধ ল’বলৈ ভাৰতে আৰম্ভ কৰিছিল অপাৰেচন সিন্দূৰ৷ ভাৰতক এশিকনি দিবলৈ পাকিস্তানেও চলাইছিল আক্ৰমণ৷

Republic of Balochistan: ‘আমি পাকিস্তানী নহয়’ বুলি ঘোষণা বেলুচিস্তানৰ

বেলুচিস্তানৰ স্বাধীনতা ঘোষণা(Republic of Balochistan) কৰিলে বেলুচ বিদ্রোহীয়ে। বেলুচিস্তান কেতিয়াও পাকিস্তানৰ অংগ নাছিল বুলি ঘোষণা বেলুচ বিদ্রোহীৰ।

Popular

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Sivasagar News: শিৱসাগৰৰ ঐতিহাসিক ন-পুখুৰী পাৰত চাফাই অভিযান গৃহৰক্ষী স্বেচ্ছাসেৱক সকলৰ

Asam Sahitya Sabha: শোণিতপুৰত বাঁহবেৰা-কলাকুছি শাখা সাহিত্য সভা গঠনঃ ভাষা সাহিত্যৰ সেৱাৰ প্ৰতি উৎসাহিত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু, চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলৰ ৰাইজ

অসম সাহিত্য সভাৰ ব্যাপক (Asam Sahitya Sabha) প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আৰু উদ্দেশ্যৰে অসম সাহিত্য সভাই বিশ্বৰ প্ৰতিটো প্ৰান্তত শাখা গঠনৰ মহান পদক্ষেপ গ্ৰহণ কৰিছে৷

Israel Gaza War: ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণাৰ পিছতো ইজৰাইলৰ গুলীবৰ্ষণ! গাজাত পুনৰ ৬৩ জনৰ মৃত্যু, খাদ্যৰ অভাৱ

দেওবাৰে ইজৰাইল সেনাই গাজাৰ কেইবাটাও (Israel Gaza War) অঞ্চলত দহ ঘণ্টা ধৰি কোনো ধৰণৰ সামৰিক অভিযান চলাব নোৱাৰিব বুলি কয়। কিন্তু তাৰ পাছতো গুলীবৰ্ষণ অব্যাহত থকাৰ অভিযোগ উত্থাপন।

Lemon Tea: সাৱধান ! চাহত নেমু দি আপুনিও খায় নেকি ? শৰীৰৰ এই অংগটোৰ হয় ক্ষতি !

নেমুত প্ৰচুৰ পৰিমাণে (Lemon Tea) ভিটামিন চি থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, কিন্তু আপুনি জানেনে যে যদি নেমু ৰস ক’লা চাহৰ সৈতে বাৰে বাৰে খোৱা হয়, তেন্তে স্বাস্থ্যৰ ক্ষতি হোৱাৰ আশংকা থাকে।

Subscribe

spot_imgspot_img