Tag: polticalnews

Browse our exclusive articles!

আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভা ! সৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ…

আমবাৰীত অগপৰ চাৰিখনকৈ গুৰুত্বপূৰ্ণ সভানিৰ্বাচন কেন্দ্ৰীক তৎপৰতাৰে ব্যাপক সাংগঠনিক কাৰ্য্যসূচীসৰ্বস্তৰতে অগপক শক্তিশালী কৰাৰ সংকল্প লবলৈ আহ্বান অতুল বৰাৰ আজি অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য...

গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰূপান্তৰ কৰাৰ সপোন দেখুওৱা চৰকাৰখনৰ আচল স্বৰূপ যোৱা কালিৰ কৃত্ৰিম বানে উদঙাই দিলে : দেৱব্রত শইকীয়া…

যোৱা কালি বৰষুণৰ ফলত সমগ্ৰ গুৱাহাটী কৃত্ৰিম বানত ককবকাই থকাৰ সময়ত ৰজাঘৰীয়া ব্যস্ত আছিল দিছপুৰত মুখ্যমন্ত্ৰীৰ উপস্থিতিত লোক সেৱা ভৱনৰ সভা গৃহত বিজেপি দলৰ...

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ…

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুক্তিৰ নিৰ্দেশ৷ বাংলাদেশৰ ৰাষ্ট্ৰপতিয়ে জাৰি কৰিলে নিৰ্দেশনা৷ শ্বেখ হাছিনাই পদত্যাগ কৰি দেশ এৰাৰ পাছতে এই নিৰ্দেশনা৷

মহম্মদ ইউনুছ হ’ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা…

মহম্মদ ইউনুছ হ'ব বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা৷ ন’বেল বঁটা বিজয়ী ইউনুছৰ সৈতে আন্দোলনৰ সমন্বয়ক নাহিদ ইছলামৰ বাৰ্তালাপ৷ দেশৰ শেহতীয়া পৰিস্থিতি অনুধাৱন কৰি দায়িত্ব...

ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ…

ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্ত।ভাৰত তিব্বত সহযোগ মঞ্চৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভাত অসমৰ প্ৰতিনিধিৰ অংশগ্ৰহণ। ভাৰত তিব্বত সহযোগ মঞ্চ, অসম প্ৰান্তৰ অধ্যক্ষ কৈলাশ শৰ্মাৰ নেতৃত্বত...

Popular

Hardik Pandya: হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !

Hardik Pandya: হাৰ্দিক পাণ্ডিয়াক কিং বুলি সম্বোধন প্ৰেমিকাৰ, বিৰাট অনুৰাগীৰ ক্ষোভ !

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত উদ্‌যাপন শ্বহীদ দিৱস। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্‌যাপন কৰা হৈছে শ্বহীদ দিৱস ৷

বিজেপি ত্যাগ সক্ৰিয় চাহ জনগোষ্ঠীৰ নেতা গৌতম ধানোৱাৰৰ…

বিজেপি ত্যাগ সক্ৰিয় চাহ জনগোষ্ঠীৰ নেতা গৌতম ধানোৱাৰৰডিগবৈৰ প্ৰাক্তন...

National Handicraft Award: ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা কাৰ্বি আংলঙৰ ছাবিনা তেৰনপিৰলৈ

অসম কন্যা কাৰ্বি আংলঙৰ ছাবিনা(National Handicraft Award) তেৰনপিৰ সাফল্য। ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিলে ২০২৩-২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্তশিল্প বঁটা।

Subscribe

spot_imgspot_img