Tag: polticalnews

Browse our exclusive articles!

USTMৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

মই বেণ্ডপাৰ্টি বা ৰাজহুৱা ঢোল নহয় চবেই বজাই চাব। ৰিনিকিৰ সম্পত্তি সকলোবোৰ অসমৰ সম্পত্তি । স্কুল , ৰিজোট, নিউজলাইভ সকলো অসমৰ সম্পত্তি। উইলত গম পাব।...

ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক সাক্ষাৎ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ…

আজি অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে। এই আপাহতে মুখ্যমন্ত্ৰীয়ে ৰমেন ডেকালৈ শুভেচ্ছা...

পেলেষ্টাইনৰ মুছলমানসকলৰ যন্ত্ৰণা দেখা ওৱেইছি বাংলাদেশৰ হিন্দুসকলৰ ওপৰত হোৱা আক্রমণক লৈ মৌন : অজয় আলোক…

বাংলাদেশৰ হিংসাৰ সন্দৰ্ভত আছাদুদ্দিন ওৱেইছিঃ বাংলাদেশত হিন্দুসকলৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰ্বভাৰতীয় মজলিছ-ই-ইত্তেহাদুল মুছলিমীন (AIMIM)ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে। বাংলাদেশত সংখ্যালঘু লোকৰ...

অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত ! বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান…

অস্থিৰতাৰ মাজতে আজি বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ শপত। ন'বেল বিজয়ী মহম্মদ ইউনুছ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা। বাংলাদেশৰ সময় অনুসৰি নিশা ৮ বজাত হ’ব শপতগ্ৰহণ অনুষ্ঠান।...

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন ! মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট…

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচনৰাজ্যসভাত খালী হৈ আছে ১২খনকৈ আসনঅসমত খালী হৈ আছে ৰাজ্যসভাৰ দুখনকৈ আসন মনোনয়ন-পত্র দাখিলৰ অন্তিম দিন ২১ আগষ্ট২২ আগষ্টত হ'ব...

Popular

কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন

কটন বিশ্ববিদ্যালয়ত গ্ৰন্থ উন্মোচনঃ অসমীয়া মাধ্যমৰ ছাত্ৰৰ ইংৰাজীত কাব্যপুথি উন্মোচন

কলকাতাত অসম সাহিত্য সভাৰ উদ্যোগত ড° ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উদযাপন

'মানুহে মানুহৰ বাবে' শীর্ষক গীতটো কেৱল এটি গীত নাছিল, ই আছিল মানুহৰ প্রতি মানুহৰ দায়বদ্ধতাৰ এক সাৰ্বজনীন প্রতীক: ছৈয়দ হাসমত জালাল

মেঘালয় শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড জেৰেমিয়া প’থমিক গ্ৰেপ্তাৰ

অৱশেষত মেঘালয় আৰক্ষীৰ জালত শ্বিলং কাণ্ডৰ মাষ্টাৰ মাইণ্ড ছাত্রনেতা জেৰেমিয়া প’থমি।

২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

২৫ আগষ্টৰ দিনটোতেই আৰম্ভ হৈছিল জুবিন-গৰিমাৰ প্ৰেমৰ সম্পৰ্ক

Subscribe

spot_imgspot_img