Tag: sports

Browse our exclusive articles!

North-east Badminton:উত্তৰ-পূৱ বেডমিণ্টনঃ মিক্সড ডাবলছৰ দুয়োটা সোণ অসমৰ শ্বাটলাৰৰ দখলত

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ ফাইনেলত ময়ূৰীয়ে অসমৰে ছুজেন বুঢ়াগোঁহাইক ২১-৪, ২১-১৪ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰে৷(both gold in mixed doubles are held by Assam shuttlers)

WTC Final: গ্ৰীনে ভাৰতক পৰাস্ত কৰি টেষ্ট বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ লক্ষ্য কেমেৰন গ্ৰীনৰ। সেই লক্ষ্যত আটাইতকৈ ডাঙৰ বাধা হৈছে ভাৰত। অষ্ট্ৰেলিয়াই এইবাৰ ভাৰতৰ বিৰুদ্ধে খেলিব। অষ্ট্ৰেলিয়াৰ অল ৰাউণ্ডাৰগৰাকীয়ে এই শৃংখলা জয় কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিব বিচাৰিছে।(WTC final)

North-East Badminton Tournament: আজিৰে পৰা গুৱাহাটীত উত্তৰ-পূৱ বেডমিণ্টন, দলীয় শাখাত অসমৰ প্ৰতিদ্বন্দ্বী নগালেণ্ড-অৰুণাচল…

বেডমিণ্টন এছ’চিয়েচন অৱ ইণ্ডিয়া [বাই]ৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা য়’নেক্স-ছানৰাইজ উত্তৰ-পূৱ মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতাখন আজিৰে পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷

অসমৰ প্ৰথম গৰাকী মহিলা চেইলৰ নিশামণিক জন্মভূমি সৰুপথাৰত উষ্ম আদৰণি…

তামিলনাডুত অনুষ্ঠিত সৰ্বভাৰতীয় কাইট বৰ্ডিং চেম্পিয়নশ্বীপ ২০২৪ত অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে চেইলৰ প্ৰতিযোগিতাৰ মহিলা শাখাত একেৰাহে বহুকেইটা পদক জয় কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডচত নাম অন্তভুক্ত কৰিবলৈ সক্ষম হয় ধনশিৰিৰ সৰুপথাৰৰ নগাজৰী দ চুক গাঁৱৰ কন্যা নিশামণি।

NEUFC is the champion of Durand Cup 2024. Mohun Bagan lost to NorthEast United FC in the final.ডুৰাণ্ড কাপ ২০২৪ৰ চেম্পিয়ন NEUFC। কলকাতাত অনুষ্ঠিত...

Durand Cup 2024 নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে৷ আজি কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্ৰীড়াংগনত...

Popular

snake in Sawan month: শাওণ মাহত সাপ দেখাৰ অৰ্থ কি, পৰিয়ালৰ বাবে শুভ নে অশুভ ?

শাওণ মাহটো ভগৱান শিৱৰ অতি প্ৰিয়। (snake in Sawan month) কোৱা হয় যে এই পবিত্ৰ মাহটোত তেওঁ সমগ্ৰ পৰিয়ালসহ পৃথিৱীত ফুৰিবলৈ আহে।

Drinking Water after Dessert: মিঠাই খাই লগে লগে পানী খাই নেকি? এই অভ্যাস হৈ পৰিব পাৰে ৰোগৰ মূল কাৰণ !

সাৱধান! মিঠাই খাই পানী পীয়ে নেকি? (Drinking Water after Dessert) এই অভ্যাস আপোনাৰ পেটৰ বাবে বিপদজনক হ’ব পাৰে? মিঠাই খোৱাৰ পিছত কিয় পানী খাব নালাগে জানো আহক। লগতে পানী খোৱাৰ ফলত শৰীৰত কি প্ৰভাৱ পৰে এই বিষয়েও জানো আহক।

Himanta Biswa Sarma: মুখ্যমন্ত্ৰীৰ সংবাদমেলঃ ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সংবাদমেল।(Himanta Biswa Sarma)ৰাজ্যত চলি থকা উচ্ছেদ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল।সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Oil ita super series national tennis: অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছঃ অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি

Oil ita super series national tennis: অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছঃ অসমৰ ল’ৰা-ছোৱালীৰ প্ৰত্যাশিত আৰম্ভনি

Subscribe

spot_imgspot_img