Breaking

বিৰাট কোহলীয়ে গুৱাহাটী মহানগৰীৰ কেনেকুৱা ফটো ইনষ্টাগ্ৰামত পোষ্ট কৰিলে চাওঁক…

0 88,549

ভাৰতীয় ক্ৰিকেট‌ দলৰ আটাইতকৈ জনপ্ৰিয় খেলুৱৈ বিৰাট কোহলীয়ে ৰাতিপুৱাই হোটেল “ৰেডিচন ব্লু” ৰ পৰা গুৱাহাটীৰ এখন ধুনীয়া ফটো নিজৰ মোবাইলেৰে তোলে ।

তাৰপিছত সেই ফটোখন তেওঁ ইনষ্টাগ্ৰাম ষ্টৰীত পোষ্ট কৰে । কিছু সময়ৰ পিছতে তেওঁৰ খিৰিকীৰ বাহিৰৰ পৰা তোলা ফটোখন ভাইৰেল হৈ পৰে অনুৰাগী সকলৰ মাজত । বহুতে নিজৰ হোৱাট্আপত
ষ্টাষ্টত লগাই ।

Leave A Reply