Breaking

বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতিৰ দায়িত্ব গ্ৰহণ

0 137

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰে মহম্মদ চাহাবুদ্দিনে।

দেশখনৰ বংগভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিদায়ী ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদৰ পৰা তেওঁ দায়িত্ব ভাৰ গ্ৰহণ কৰে মহম্মদ চাহাবুদ্দিনে।

উল্লেখযোগ্য যে মহম্মদ চাহাবুদ্দিন হব দেশখনৰ ২২ সংখ্যক ৰাষ্ট্ৰপতি।

নৱ নিযুক্ত ৰাষ্ট্ৰপতি গৰাকীক ভাৰতকে ধৰি বিভিন্ন ৰাষ্ট্ৰই শুভেচ্ছা জনাইছে।

Leave A Reply