Breaking

‘শিক্ষয়িত্ৰী কেৱল ষ্টাইল মাৰিহে স্কুললৈ আহে’! অনকেমেৰা শিক্ষকক ধমক বিধায়ক ৰূপজ্যোতি কুৰ্মী

0 651

মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ H.S Final পৰীক্ষাত বাণিজ্য শাখাত দুজন শিক্ষাৰ্থীৰ বিপৰীতে সাত জনকৈ শিক্ষক থাকিও এজনহে উৰ্ত্তীৰ্ণ হবলৈ সক্ষম হৈছিল আনহাতে ক’লা শাখাত ৩২ জনৰ ভিতৰত ১২ জন উৰ্ত্তীণ হৈছিল আৰু উচ্চ মাধ্যমিকত ৪১% হে উৰ্ত্তীণ হৈছিল, বেয়া ফলাফলে তলা ওলোমোৱাৰো ধমকি বিধায়কৰ৷

এইবাৰ শিক্ষাগুৰুৰ ৰূপত নহয়,মেট্ৰিক,উচ্চতৰ মাধ্যমিকৰ লগতে গুণউৎসৱত ফলাফল যথেষ্ঠ বেয়া হোৱা এখন বিদ্যালয়ত চাডেন ভিজিট দিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। ঐতিহ্যমণ্ডিত মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ বিগত বছৰসমূহত উত্তীৰ্ণৰ হাৰ অৱনমিত হৈ অহাত হঠাৎ বিদ্যালয়খনত উপস্থিত হল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী।বিদ্যালয়ৰ ফলাফল বেয়া হোৱাৰ বাবে জবাবদিহি কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।অন কেমেৰা অধ্যাপিকাক ধমক ৰূপজ্যোতি কুৰ্মীৰ।

Leave A Reply