Breaking

আঘাতৰ বাবে বিশ্বকাপ দলৰ পৰা বাহিৰ টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল…

0 63

আঘাতৰ বাবে বিশ্বকাপ দলৰ পৰা বাহিৰ টীম ইণ্ডিয়াৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল।

অক্ষৰ পেটেলৰ সলনি দলত স্থান লাভ অলৰাউণ্ডাৰ ৰবিচন্দ্ৰন অশ্বিনৰ।

ইতিমধ্যে টীম ইণ্ডিয়াৰ সৈতে গুৱাহাটীত উপস্থিত হৈছে অশ্বিন।

Leave A Reply