June 23, 2024 T20 বিশ্বকাপৰ দ্বিতীয়খন SUPER-8ত বাংলাদেশক পৰাস্ত টীম ইণ্ডিয়াৰ… Share FacebookTwitterWhatsAppTelegramKooEmail T20 বিশ্বকাপত টীম ইণ্ডিয়াৰ জয়যাত্ৰা অব্যাহত। দ্বিতীয়খন SUPER 8ত টীম ইণ্ডিয়াৰ জয়লাভ। বাংলাদেশৰ বিৰুদ্ধে ৫০ ৰানত জয়ী ভাৰত। বাংলাদেশক ১৯৭ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। বাংলাদেশে ৮ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৪৬ ৰান। Author: দৈনন্দিন বাৰ্তা Related Articles বৰ্ষাপাৰাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বৃহৎ জয় ভাৰতৰ দৈনন্দিন বাৰ্তা - October 1, 2026 এছিয়ান গেমছত পুনৰ স্বৰ্ণ পদক ভাৰতৰ দৈনন্দিন বাৰ্তা - September 30, 2026 মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু । Jalukbari Accident দৈনন্দিন বাৰ্তা - September 29, 2026