December 15, 2023 তৃতীয়খন T20ত টীম ইণ্ডিয়াৰ বৃহৎ জয় ! দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০৬ ৰানত জয়ী ভাৰত… Share FacebookTwitterWhatsAppTelegramKooEmail তৃতীয়খন T20ত টীম ইণ্ডিয়াৰ বৃহৎ জয় ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ১০৬ ৰানত জয়ী ভাৰত ৷ প্ৰথমে বেট ধৰি ২০২ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে৷ কুলদীপ যাদৱৰ দুৰ্দান্ত বলিঙত বিধ্বস্ত দক্ষিণ অফ্ৰিকা৷ Author: দৈনন্দিন বাৰ্তা Related Articles মটক জনগোষ্ঠী গৱেষণা আৰু বিকাশ সংস্থাৰ উদ্যোগত গুৱাহাটীত ২২৪ সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস উদ্যাপন । Sarbananda Singha দৈনন্দিন বাৰ্তা - May 24, 2026 কটন বিশ্ববিদ্যালয়ত সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৬ৰ সফল সামৰণি দৈনন্দিন বাৰ্তা - May 24, 2026 বিনেশ ফ’গাটক সকাহ দিলে দিল্লী উচ্চ ন্যায়ালয়ে দৈনন্দিন বাৰ্তা - May 22, 2026